ETV Bharat / state

নগাঁৱত প্ৰহসনলৈ পৰিণত বিশুদ্ধ পানী যোগান আঁচনি

author img

By

Published : Jun 8, 2019, 1:00 AM IST

জানিব পৰা মতে ২০১১ চনত স্থাপিত পৰীক্ষাগাৰটোত নাই কোনো কৰ্মচাৰী । যাৰ কাৰণে বৰ্তমান পাকঘৰলৈ পৰিণত হৈছে । কোটি কোটি টকা ব্যয়ৰে বিভিন্ন আঁচনি নিৰ্মাণ কৰা হৈছে যদিও জনসাধাৰণে নাই পোৱা বিশুদ্ধ খোৱা পানী । সেয়ে আঁচনি ঘৰ, পানী পৰীক্ষাগাৰ এতিয়া পৰিণত হৈছে ধান থোৱা ভড়াল আৰু গুডাম- পাকঘৰলৈ ।

নগাঁৱত প্ৰহসণৰ কবলত বিশুদ্ধ পানী যোগান আচঁনি

বঢ়মপুৰ , 7 জুনঃ আছে গৰু নাবাই হাল ! এতিয়া এইলেখিয়াই হৈছে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ । ফ্ল'ৰাইডযুক্ত পানী সেৱন কৰি নগাঁও আৰু হোজাই জিলাৰ বহু লোক আক্ৰান্ত হৈছে ফ্ল'চিচ ৰোগত ৷ কোনো কোনো ওৰেটো জীৱনলৈ হৈ পৰিছে পংগু ৷ তাৰ পাচতো কিন্তু গুৰুত্ব নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৷ নগাঁও আৰু হোজাই জিলাত ফ্ল'ৰাইডে ভয়াবহ ৰূপ লোৱাৰ সময়তে নগাঁও জিলাৰ কঠিয়াতলীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰীক্ষাগাৰটোৰ দুৰবস্থা চাওক ।

জানিব পৰা মতে ২০১১ চনত স্থাপিত পৰীক্ষাগাৰটোত নাই কোনো কৰ্মচাৰী । যাৰ কাৰণে বৰ্তমান পাকঘৰলৈ পৰিণত হৈছে । কোটি কোটি টকা ব্যয়ৰে বিভিন্ন আঁচনি নিৰ্মাণ কৰা হৈছে যদিও জনসাধাৰণে নাই পোৱা বিশুদ্ধ খোৱা পানী । সেয়ে আঁচনি ঘৰ, পানী পৰীক্ষাগাৰ এতিয়া পৰিণত হৈছে ধান থোৱা ভঁড়াল আৰু গুডাম- পাকঘৰলৈ ।

আনহাতে ২০১২ চনৰ ২৮ ডিচেম্বৰত অনুমোদন দিয়া হোজাই জিলাৰ অতিকে ফ্ল'ৰাইড আক্ৰান্ত দীঘল জাৰণি আৰু তপতজুৰি পানীযোগান আঁচনি খনৰ পৰা আজিও জনসাধাৰণে নাপালে ফ্ল'ৰাইড মুক্ত বিশুদ্ধ পানী । ৯৭২.৫৫ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনিখনৰ গৃহসমূহ এতিয়া হাবি জংঘলৰে ভৰি পৰাৰ লগতে পৰিণত হৈছে স্থানীয়লোকৰ ধান থোৱা ভড়ালত ৷

Intro: ৰাজ্যত ফ্ল'ৰাইডৰ আতংক ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভেকুঁভাওঁনা । চৰকাৰী কাৰ্যালয় পৰিণত হল ধান থোৱা ভড়াল -গুডামঘৰলৈ । ২০১১ চনত ফ্ল'ৰাইড আক্ৰান্ত এলেকাৰ বিদ্যালয়ত বিতৰণ কৰিব অহা ফিল্টাৰ আজিও পৰি থাকিল জনস্বাস্থ্য বিভাগৰ কাৰ্যলয়ত ।

Anchor=ৰাজ্যত পুনৰ ফ্ল'ৰাইডৰ আতংক, ফ্ল'ৰাইড যুক্ত পানী সেৱন কৰি নগাঁও আৰু হোজাই জিলাৰ বহু লোক আক্ৰান্ত হৈছে ফ্ল'চিচ ৰোগত ৷ কোনো কোনোৱে আকোৱালি লৈছে আজীবন পংগুত্ব ৷ তাৰ পাছতো কিন্তু গুৰুত্ব নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৷ আছে গৰু নাবাই হাল, এইলেখিয়াই হৈছে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ । বিভাগটোত আছে পানী পৰীক্ষা গাৰ নাই কৰ্মচাৰী । কোটি কোটি টকা ব্যয়ৰে বিভিন্ন আঁচনি নিৰ্মাণ কৰা দেখুওৱা হৈছে কিন্তু জনসাধাৰণে নাই পোৱা বিশুদ্ধ খোৱা পানী । সেয়ে আঁচনি ঘৰ, পানী পৰীক্ষাগাৰ এতিয়া পৰিণত হৈছে ধান থোৱা ভড়াল আৰু গুডাম- পাকঘৰলৈ ।

Body:V/o=এফালে দুষিত পানী খায় ফ্ল'চিচ ৰোগত আক্ৰান্তিত হৈছে বহুলোক । আনফালে বিশুদ্ধ পানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰহসন ।নগাওঁ আৰু হোজাই জিলাত ফ্ল'ৰাইডে ভয়াবহ ৰূপ লোৱাৰ সময়তে নগাওঁ জিলাৰ কঠিয়াতলীস্থ জনস্বাস্ব্য কাৰিকৰী বিভাগৰ পৰীক্ষা গাৰটোৰ দুৰবস্থা চাওঁক ।জানিব পৰা মতে ২০১১ চনত স্থাপিত পৰীক্ষাগাৰটোত নাই কোনো কৰ্মচাৰী । যাৰ কাৰণে বৰ্তমান পাকঘৰলৈ পৰিণত হৈছে । আনফালে পৰীক্ষাগাৰ টোৰ আন এটা কোঠাত ফ্ল'ৰাইড আক্ৰান্ত এলেকাৰ ভিন্ন বিদ্যালয়ত বিতৰণৰ বাবে ২০১১ চনতে মজুত ৰখা শ শ ফিল্টাৰ আজিও বিতৰণ নোহোৱাকৈ পৰি আছে । ইফালে ২০১২ চনৰ ২৮ ডিচেম্বৰত অনুমোদন দিয়া হোজাই জিলাৰ অতিকে ফ্ল'ৰাইড আক্ৰান্তিত দীঘল জাৰণি আৰু তপতজুৰি পানীযোগান আঁচনি খনৰ পৰা আজিও জনসাধাৰণে ফ্ল'ৰাইড মুক্ত বিশুদ্ধ পানী নাপালে । ৯৭২.৫৫ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা আঁচনিখন এতিয়া হাবি জংঘলৰে ভৰি পৰাৰ লগতে স্থানীয়লোকৰ ধান থোৱা ভড়ালত পৰিণত হৈছে ৷

Byte = কৰ্মচাৰী

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.