ETV Bharat / state

কৃত্ৰিম বানৰ কবলত নগাঁৱৰ কামপুৰ

author img

By

Published : Oct 26, 2019, 9:11 PM IST

দুদিন ধৰি হৈ থকা নেৰা-নপৰা বৰষুণৰ ফলত বুৰ গ'ল নগাঁৱৰ কামপুৰ ৷ ৰাইজৰ অভিযোগ কামপুৰ পৌৰসভাই সময়মতে নলা-নৰ্দমা পৰিস্কাৰ আৰু নিৰ্মাণ নকৰা বাবেই সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷

কৃত্ৰিম বানৰ কবলত নগাঁৱৰ কামপুৰ

বঢ়মপুৰ, 26 অক্টোবৰঃ দুদিন ধৰি হৈ থকা নেৰা-নপৰা বৰষুণৰ ফলত বুৰ গ'ল নগাঁৱৰ কামপুৰ ৷ কৃত্ৰিম বানৰ ফলত বুৰ গ'ল চহৰখনৰ ৰাজপথ,চৰকাৰী কাৰ্যালয়,বাসগৃহ ৷ ৰাইজৰ অভিযোগ কামপুৰ পৌৰসভাই সময়মতে নলা-নৰ্দমা পৰিস্কাৰ আৰু নিৰ্মাণ নকৰা বাবেই সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷

কৃত্ৰিম বানৰ কবলত নগাঁৱৰ কামপুৰ

ইপিনে,কৃত্ৰিম বানৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ ৷ কামপুৰ ৰেল ষ্টেচনৰ সমীপৰ পথ কৃত্ৰিম বানৰ কবলত পৰাৰ ফলতেই ৰেল ষ্টেচনলৈ যাবলৈ অসুবিধাৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ ৷ ইতিপূৰ্বৰ পৰাই এই অঞ্চলত কৃত্ৰিম বানে ৰাইজক ভাৰাক্ৰান্ত কৰি আহিছে,কিন্তু কৰ্তৃপক্ষই আজিলৈকে কোনোধৰণৰ স্থায়ী সমাধান দিবলৈ সক্ষম নোহোৱা বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে ৷

Intro:এজাক বৰষুনতে পুনৰ বুৰ গ'ল বঢ়মপুৰৰ কামপুৰ নগৰ ৷

Anchor= এজাক বৰষুনতে পুনৰ বুৰ গ'ল কামপুৰ নগৰৰ আভিজাত্য ৷ দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুনৰ ফলতেই বুৰ গ'ল কামপুৰৰ ৰাজপথ, চৰকাৰী কাৰ্যালয় আৰু বাসগৃহ ৷ এই দৃশ্য কামপুৰ আবকাৰী বিভাগৰ কাৰ্যালয়ৰ ৷ কাৰ্যালয়ৰ ভিতৰত বৰষুনৰ পানী জমা হোৱাত অসুবিধা সন্মুখীন হৈছে ৷ এই দৃশ্য আকৌ কামপুৰ ৰাজপথৰ ৷ কামপুৰ ৰেল ষ্টেচনৰ সমীপৰ সমগ্ৰ পথটো বৰ্তমান কৃত্ৰিম বানৰ কবলত ৷ ইফালে নগৰৰ বাসগৃহও কৃত্ৰিম বানৰ কবলত পৰিছে ৷ কামপুৰ পৌৰ সভাই সময়মতে নলা নৰ্দমা পৰিস্কাৰ আৰু নিৰ্মান নকৰাৰ ফলতেই এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে৷
Byte= স্থানীয় লোক।

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.