নগাঁও, ৬ জুলাইঃ
- কলিয়াবৰত তিনিদিনীয়া চিত্ৰ কৰ্মশালা
- চিত্ৰকলা আৰ্ট একাডেমি আৰু কালিদাস গুৰুকুল হাইস্কুলৰ উদ্যোগত অনুষ্ঠিত হয় চিত্ৰ কৰ্মশালাৰ
- কৰ্মশালাত মম ৰং, পট পেইণ্টিং, ক'লাজ, কেনভাছ পেইণ্টিঙৰ প্ৰশিক্ষণ দিয়া হয়কলিয়াবৰত তিনিদিনীয়া চিত্ৰ কৰ্মশালা
- তাৰোপৰি দাদুল চলিহাই কাৰ্টুন মুখা নিৰ্মাণ আৰু শশাঙ্ক শইকীয়াই কাগজৰ কলা-কৌশল প্ৰদৰ্শন কৰে
- সামৰণি অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ অতিৰিক্ত আয়ুক্ত বাৰ্বী হাজৰিকা
লগতে আন এটা বাতৰি- ইউনিফৰ্ম পৰিহিত এজাক অচিনাকী হালোৱা-ৰোৱনী ...