ETV Bharat / state

কলিয়াবৰত জব্দ বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ - কলিয়াবৰ আৰক্ষী

শনিবাৰে পুৱতি নিশা কলিয়াবৰ আৰক্ষী আৰু বন সুৰক্ষা বাহিনীয়ে অভিযান চলাই দক্ষিণ বগামুৰৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰে গঁড়ৰ চাল, নখ, হৰিণাৰ শিং আৰু এটা কেকো সাপ ৷ চোৰাং চিকাৰৰ লগত জড়িত দুই অভিযুক্তই আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ
বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ
author img

By

Published : Sep 12, 2020, 7:05 PM IST

কলিয়াবৰ, 12 ছেপ্তেম্বৰ: কলিয়াবৰ আৰক্ষী আৰু বন সুৰক্ষা বাহিনীয়ে অভিযান চলোৱা এক অভিযানত জব্দ বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ ৷ চামগুৰি আৰক্ষী নিৱেশ এলেকাত 2য় বন সুৰক্ষা বাহিনী, বিশেষ কৰ্মৰত বাহিনী আৰু চামগুৰি আৰক্ষীয়ে যৌথ অভিযান চলাই শনিবাৰে পুৱতি নিশা দক্ষিণ বগামুৰৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰে গঁড়ৰ ছাল, নখ, হৰিণাৰ শিং আৰু এডাল কেকো সাপ ৷ কিন্তু আৰক্ষী অহাৰ উমান পোৱাৰ পাচতে চোৰাং চিকাৰৰ সৈতে জড়িত অভিযুক্ত ছফিকুল ইছলাম আৰু মফিজন নামৰ লোক দুজনে পলায়ন কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে দুই পলাতক অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: মুকালমুৱাত পিস্তলসহ আটক দুই যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.