ETV Bharat / state

হুঁচৰি দলৰ আশীষ ল'লে বিধায়িকা আঙুৰলতা ডেকাই - angoorlata deka

গাঁৱৰ কণ কণ শিশু সকলৰ লগত ঢোল-তাল বজাই হুঁচৰি গাই আনন্দ কৰিলে বিধায়িকাগৰাকীৰ বাসভৱনত ৷

হুঁচৰি দলৰ আশীষ ল'লে বিধায়িকা আঙুৰলতা ডেকাই
author img

By

Published : Apr 14, 2019, 10:05 PM IST

বটদ্ৰৱা, 14 এপ্ৰিল : গৰু বিহুৰ সন্ধিয়া ঘৰে-ঘৰে হুঁচৰি গাইছে শিশুৰ পৰা ডেকালৈকে সকলোৱে ৷ পৰম্পৰাগত ভাৱে গৃহস্থৰ চোতালৰ বিহু নাম-হুঁচৰিৰে মুখৰিত কৰি তুলিছে বিহুৱা-নাচনীয়ে৷ হুঁচৰি দলৰ আশীষ ল'বলৈ আগবাঢ়ি আহিছে গৃহস্থ ৷

হুঁচৰি দলৰ আশীষ ল'লে বিধায়িকা আঙুৰলতা ডেকাই

বিহু হুঁচৰি দলৰ পৰা আশীষ ল'লে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকায়ো ৷ এই দৃশ্য বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ কপাহেৰাস্থিত বাসগৃহৰ । এনেদৰেই গাঁৱৰ কণ কণ শিশু সকলে কান্ধত ঢোল-তাল বজাই হুঁচৰি গাই আনন্দ কৰিলে বিধায়িকাগৰাকীৰ বাসভৱনত ৷ আঙুৰলতা ডেকায়ো হুঁচৰি দলৰ পৰা আঁঠু লৈ পৰম্পৰাগত ভাৱে ল'লে আশীষ ৷ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন৷

Intro:বিহু হুঁচৰি দলৰ পৰা আৰ্শীষ ললে আঙুৰলতা ডেকাই ।Body:আজি গৰু বিহু । পৰম্পৰাগত ভাবে আজি সন্ধিয়া কণ কণ শিশু সকলে গাঁৱৰ প্ৰত্যেক ঘৰৰ চোতালত গাইছে হুঁচৰি । বাদ পৰি নৰ'ল বিধায়িকা আঙুৰলতা ডেকাৰ বাসগৃহও । এই দৃশ্য বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ কপাহেৰা স্থিত বাসগৃহৰ । এনেদৰেই গাৱৰ কণ কণ শিশু সকলে কান্ধত ঢোল তাল বজাই হুঁচৰি গাই কৰিলে আনন্দ স্ফূর্তি । আৰু বিধায়িকা আঙুৰলতা ডেকাইও হুঁচৰি দলক পৰম্পৰাগত ভাবে আঠু লৈ ললে আৰ্শীষ । এনেদৰেই এতিয়া প্ৰতিজন অসমীয়াই বাপতি সাহোন ৰঙালী বিহুতিত আনন্দ স্ফূর্তি কৰি পালন কৰা দেখা গৈছে ।__________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.