ETV Bharat / state

নগাঁৱৰ মদাৰতলী আদৰ্শগাঁৱত অসুস্থ অৱস্থাত হাতী পোৱালি উদ্ধাৰ - forest department

বনাঞ্চলৰ পৰা জাকৰ সৈতে খাদ্যৰ সন্ধানত ওলাই আহি মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এটি হাতী পোৱালিক নগাঁৱৰ মদাৰতলী আদৰ্শ গাঁৱত অসুস্থ অৱস্থাত উদ্ধাৰ কৰে বন বিভাগে ৷ কাজিৰঙা বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনঃসংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ ৰুগীয়া হাতীটো ৷

নগাঁৱৰ মদাৰতলী আদৰ্শগাঁৱত অসুস্থ অৱস্থাত হাতী পোৱালি উদ্ধাৰ
author img

By

Published : Jul 23, 2019, 3:49 PM IST

নগাঁও,23 জুলাইঃ নগাঁৱৰ মদাৰতলী আদৰ্শগাঁৱত অৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এটি হাতী পোৱালিক নগাঁৱৰ মদাৰতলী আদৰ্শ গাঁৱত অসুস্থ অৱস্থাত উদ্ধাৰ কৰে বন বিভাগে ৷ বনবিভাগৰ সূত্ৰই জনোৱা মতে সোমবাৰে নিশা গাঁৱৰ মদাৰতলী আদৰ্শগাঁৱত বিচৰণ কৰিছিল হাতীৰ জাকটোৱে ৷ পিছত বনবিভাগৰ লোক উপস্থিত হৈ হাতীৰ জাকটোক খেদি পঠিয়াই যদিও ৰুগ্ন হাতী পোৱালিটো জাকৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু পুৱাৰ ভাগত পোৱালিটোক বিভাগীয় কৰ্তৃপক্ষই গাঁৱখনতেই মূৰ্মুষ অৱস্থাত উদ্ধাৰ কৰে ৷ হাতী পোৱালিটোক বৰ্তমান উন্নত চিকিৎসাৰ বাবে কাজিৰঙা বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনঃসংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ৷

Intro:নগাঁৱৰ মদাৰতলী আদৰ্শগাঁৱত ৩/৪ মাহীয়া এটা হাতী পোৱালী উদ্ধাৰ ৷

Anchor =ৰাজ্যত বানে বিভীষিকাৰ সৃষ্টি কৰা পিছতে খাদ্য সংকটত ভোগীছে পোহনীয়া জীৱ জন্তুকে ধৰি বনৰীয়া জন্তুও । বনাঞ্চলৰ পৰা খাদ্য সন্ধানত ওলাই অহা হাতী জাকে নিশা নগাঁৱৰ মদাৰতলী আদৰ্শগাঁৱত বিচৰণ কৰে ।বন বিভাগৰ লোকে খৱৰ পাই মদাৰতলী আদৰ্শগাঁৱত উপস্থিত হৈ হাতী জাকটো খেদি পঠিয়াই । মঙ্গলবাৰে পুৱা বনবিভাগৰ লোকে নগাঁৱৰ মদাৰতলী আদৰ্শগাঁৱত অসুষ্ঠ অৱস্থাত উদ্ধাৰ কৰে এটা ৩/৪ মহীয়া হাতী পোৱালী ৷ নিশা বন্যহস্তীৰ জাকত খাদ্য সন্ধানত আহিছিল হাতীৰ পোৱালীটো ৷ মাকৰ পৰা বিচিন্ন হাতী পোৱালীটো মদাৰতলী বনবিভাগৰ কাৰ্যলয়ত ৰাখিছিল যদিও মদাৰতলীত পশু বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবে কাজিৰঙালৈ প্ৰেৰণ কৰে অসুষ্ঠ হাতী পোৱালীটো ৷

Body:Byte =বনবিষয়া

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভঞা Etv Bharat Assam Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.