ধিং, 27 ডিচেম্বৰ : বিতর্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক উভতি ধৰিলে ধিঙৰ বিধায়ক আমিনুল ইছলামে । বিতর্কিত সত্যৰঞ্জন বৰাক 'কীট-পতংগ' আখ্যা দি সত্যৰঞ্জনৰ নামটোও উচ্চাৰণ কৰিবলৈ দ্বিধাবোধ কৰে বুলি মন্তব্য কৰিলে ধিঙৰ বিধায়ক আমিনুল ইছলামে ।
দেওবাৰে ধিঙৰ এখন দলীয় সভাত বিধায়ক আমিনুল ইছলামে বিতর্কিত সত্যৰঞ্জন বৰাৰ প্ৰসংগত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি এনে মন্তব্য কৰা পৰিলক্ষিত হয় ।
লগতে পঢ়ক: বিহাৰত চাইবাৰ অপৰাধীৰ ভয়াৱহ জাল