ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ প্ৰতিবাদ

author img

By

Published : Jul 23, 2020, 1:09 PM IST

কামপুৰত CAA বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদ ৷

akhil-gogoi-relese-and-caa-pospond-dimand-protest-at-kampur
অখিল গগৈৰ মুক্তিৰ দাবীত খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ প্ৰতিবাদী

বঢ়মপুৰ,23জুলাইঃ নগাঁও জিলাৰ কামপুৰত খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । CAA বাতিল আৰু CAA আন্দোলনত কাৰাবন্দী হৈ থকা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন সংগঠনটোৱে ।

খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চই CAA আমি নামানো , বিজিপি চৰকাৰ গ'বেক , সৰ্বানন্দ সোণোৱাল গ'বেক, হিমন্ত শৰ্মা গ'বেক RSS হুচিয়া আদি শ্লগানেৰ প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে অখিল গগৈক মুক্তি কৰি নিদিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ ৷

লগতে পঢ়কঃ ৰাজ্য়ৰ 26 খন জিলা বানৰ কবলতঃ মৃত্যু 89 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.