ETV Bharat / state

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাক প্ৰাণনাশৰ ভাবুকি ! - AJYCP, Nagaon District Committee

নগাওঁ গড়কাপ্তানী বিভাগত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাক কাৰ্যালয়তে দুব্যৱহাৰৰ অভিযোগ ৷

নগাঁও জিলা গড়কাপ্তানি বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সঁজাতি দলক দুব্যৱহাৰৰ অভিযোগ
author img

By

Published : Sep 5, 2019, 11:45 PM IST

নগাঁও, 5 ছেপ্তেম্বৰঃ নগাওঁ গড়কাপ্তানী বিভাগত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাক প্ৰাণ নাশৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ এটা সঁজাতি দল নগাওঁ ৰাজ্যিক পথ সংমণ্ডল কাৰ্য্যালয়ত উপস্থিত হোৱাৰ লগে লগে কাৰ্যবাহী অভিযন্তাৰ লগতে একাংশ কৰ্মচাৰী ঠিকাদাৰে দলটোক অশ্লীল গালি-গালাজৰ লগতে প্ৰাণ নাশৰ ভাবুকি দিয়াৰ অভিযোগ কৰিছে সংগঠনটোৰ নেতৃবৰ্গই । একাংশ ঠিকাদাৰ, বিষয়াই মিলি সংঘটিত কৰি অহা দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই সংগঠনটোৰ নেতাক অপদস্থ কৰাৰ লগতে ভাবুকি প্ৰদান কৰাৰ অভিযোগত নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰিছে । ভাবুকি প্ৰদান কৰা কৰ্মচাৰী, ঠিকাদাৰক গ্ৰেপ্তাৰ নকৰিলে আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ নগাওঁ জিলা সমিতিয়ে ।

Intro:নগাওঁ গড়কাপ্তানি বিভাগত দুৰ্নীতিৰ অভিযোগ এ জে ৱাই চি পি ৰ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাক ভাবুকি। আৰক্ষী থানাত এজাহাৰ দাখিল।

Body:নগাওঁ গড়কাপ্তানি বিভাগত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাক প্ৰাণ নাশৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ এটা সঁজাতি দল নগাওঁ ৰাজ্যিক পথ সংমণ্ডল কাৰ্য্যালয়ত উপস্থিত হোৱাৰ লগে লগে কাৰ্যবাহী অভিযন্তাৰ লগতে একাংশ কৰ্মচাৰী ঠিকাদাৰে দলটোক অশ্লীল গালি গালাজৰ লগতে প্ৰাণ নাশৰ ভাবুকি দিয়াৰ অভিযোগ কৰিছে সংগঠনটোৰ নেতৃবৰ্গই। একাংশ ঠিকাদাৰ, বিষয়াই মিলি সংঘটিত কৰি অহা দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই সংগঠনটোৰ নেতাক অপদস্থ কৰাৰ লগতে ভাবুকি প্ৰদান কৰাৰ অভিযোগত নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। ভাবুকি প্ৰদান কৰা কৰ্মচাৰী, ঠিকাদাৰক গ্ৰেপ্তাৰ নকৰিলে আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ নগাওঁ জিলা সমিতিয়ে।
bite,
-------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৫-৯-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.