ETV Bharat / state

ৰহাত এজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

সোমবাৰে ৰহা সমষ্টিৰ গৰুবাট মৌজাত এজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় ৷ সমষ্টিটোৰ কচুৱা তিনিআলিত দলটোৰ কাৰ্যালয় মুকলি কৰে এজেপিৰ মনোনীত প্ৰাৰ্থী উৎপল বণিয়াই ৷

author img

By

Published : Mar 15, 2021, 7:44 PM IST

ৰহাত এজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
ৰহাত এজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

বঢ়মপুৰ, 15 মাৰ্চ : ৰহা সমষ্টিৰ গৰুবাট মৌজাত সোমবাৰে এজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় ৷ ৰহা সমষ্টিৰ কচুৱা তিনিআলিত দলটোৰ কাৰ্যালয় মুকলি কৰে এজেপিৰ মনোনীত প্ৰাৰ্থী উৎপল বণিয়াই ৷

ৰহাত এজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
ৰহাত এজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

কাৰ্যালয় মুকলি কৰাৰ পাচতে এজেপিৰ প্ৰাৰ্থী গৰাকীয়ে দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে ৷ কাৰ্যালয় মুকলি কৰাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত বিজেপি, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ পৰা প্ৰায় 50 জন কৰ্মীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে ।

লগতে পঢ়ক: বিশ্বমানৰ হিচাপে গঢ়ি তোলা হ’ব বিহাৰৰ পাঁচটা ৰে’ল ষ্টেচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.