ETV Bharat / state

নগাঁৱৰ চামগুৰিত ভয়াৱহ পথ দুৰ্ঘটনা: নিহত 1 - চামগুৰিৰ পথ দুৰ্ঘটনাত এজন নিহত

দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী ভজন বণিক। নিহত লোকজনৰ ঘৰ চামগুৰিৰ গটঙাত বুলি জানিব পৰা গৈছে ।

চামগুৰিত পথ দুৰ্ঘটনা
চামগুৰিত পথ দুৰ্ঘটনা
author img

By

Published : Jan 10, 2020, 7:25 PM IST

নগাঁও, 10 জানুৱাৰী: নগাঁও জিলাৰ চামগুৰিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে বিয়লি সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিয়ে এজন বাইক আৰোহীক । দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী ভজন বণিক। নিহত লোকজনৰ ঘৰ চামগুৰিৰ গটঙাত বুলি জানিব পৰা গৈছে । চামগুৰিৰ বজাৰৰ পৰা নিজ ঘৰলৈ গৈ আছিল লোকজন। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনৰ চালক বাহনসহ পলায়নৰ চেষ্টা চলাই যদিও চামগুৰি আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন।

পথ দুৰ্ঘটনা

লগতে পঢ়ক: জম্মু-কাশ্মীৰ প্ৰশাসনক 7 দিনৰ ভিতৰত সকলো আদেশ পৰ্যালোচনাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Intro:চামগুৰিত পথ দুৰ্ঘটনাত এজন নিহত। Body:চামগুৰিৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথত বিয়লি সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা।দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিয়ে বাইক আৰোহীক।দুৰ্ঘটনাত
থিতাতে নিহত বাইক আৰোহী বদন বণিক।নিহত লোকজনৰ ঘৰ চামগুৰিৰ গটঙাত।
চামগুৰিৰ বজাৰৰ পৰা নিজ ঘৰলৈ গৈ আছিল লোকজন।দুৰ্ঘটনা সংঘটিত কৰা বাহন খন লৈ চালকে পলায়নৰ চেষ্টা চলাই যদিও চামগুৰি আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন।
BITE: স্থানীয় লোক
------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাঁও
১০-১-২০ Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.