ETV Bharat / state

নগাঁৱৰ কঠিয়াতলী সমবায় সমিতিত দুৰ্নীতি

কঠিয়াতলী সমবায় সমিতিৰ প্ৰাক্তন সম্পাদক খাইৰুল ইছলামৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ ৷ ৰাঙলু আৰক্ষী থানাত গোচৰ ৰুজু ৷

নগাঁৱৰ কঠিয়াতলী সমবায় সমিতিত দুৰ্নীতি
author img

By

Published : Sep 13, 2019, 8:41 PM IST

Updated : Sep 13, 2019, 8:48 PM IST

নগাঁও, 13 চেপ্তেম্বৰ : নগাঁৱৰ কঠিয়াতলী সমবায় সমিতিত দুৰ্নীতি । সমবায়খনৰ প্ৰাক্তন সম্পাদক খাইৰুল ইছলামৰ বিৰুদ্ধে উঠিছে আটা কেলেংকাৰীৰ গুৰুতৰ অভিযোগ । নগাঁও জিলাৰ যোগান বিভাগৰ পৰা মে’ মাহত 122.39 কুইণ্টল আটা আৱণ্টন হৈছিল । আটাখিনি সমবায়খনৰ সম্পাদক খাইৰুল ইছলামে নগাঁৱৰ 'M/S জ্যোতি ফুড এণ্ড প্ৰটিন'ৰ পৰা 14 জুনত আনে যদিও সমবায় সমিতিত জমা কৰা নাছিল সম্পাদকজনে । কাগজে কলমে অনাটো স্পষ্ট হৈ আছে যদিও বৃহৎ আত্মসাৎ কৰিছে বুলি দাবী তুলিছে সমবায়খনৰ সমিতিয়ে । এই সন্দৰ্ভত সম্পাদকজনৰ বিৰুদ্ধে ৰাঙলু আৰক্ষী থানাত 1337/19 নম্বৰত এক গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে ৷

Intro:নগাঁৱৰ কঠিয়াতলী সমবায় সমিতিত দুৰ্নীতি। সমবায় খনৰ প্ৰাক্তন সচিব খাইৰুল ইছলামৰ বিৰুদ্ধে উঠিছে আটা কেলেংকাৰী গুৰুতৰ অভিযোগ।

Anchor=নগাঁৱৰ কঠিয়াতলী সমবায় সমিতিত দুৰ্নীতি। সমবায় খনৰ প্ৰাক্তন সচিব খাইৰুল ইছলামৰ বিৰুদ্ধে উঠিছে আটা কেলেংকাৰী গুৰুতৰ অভিযোগ। নগাও জিলাৰ যোগান বিভাগৰ পৰা মে মাহত ১২২.৩৯ কুইণ্টল (২৪৪) বেগ আটা আৱণ্টণ হৈছিল। আটা খিনি সমবায় খনৰ সচিব খাইৰুল ইছলামে নগাঁৱৰ M/S জ্যোতি ফুড এণ্ড প্ৰটিনৰ পৰা ১৪ জুনত উঠাই আনে যদিও আটা খিনি সমবায় সমিতিত জমা কৰা নাছিল সম্পাদক জনে। কাগজে কলমে উঠাই অনা স্পষ্ট হৈ আছে যদিও বৃহৎ ধন ৰাশি আত্মসাত কৰিছে বুলি দাবী তুলিছে সমবায় খনৰ সমিতিয়ে। এই সন্দৰ্ভত সম্পাদক জনৰ বিৰদ্ধে ৰাঙলু আৰক্ষী থানাত 1337/19 নম্বৰত এক গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীয়ে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ তুলিছে।

Byte= সভাপতি (সমবায় সমিতি )
Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
Last Updated : Sep 13, 2019, 8:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.