ETV Bharat / state

ভূমি নীতিৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ কঠীয়াতলী আঞ্চলিক ছাত্ৰ সন্থাৰ

author img

By

Published : Jul 8, 2020, 9:51 PM IST

কঠীয়াতলী আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰৰ ভূমি নীতিৰ বিৰুদ্ধে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ সন্থাৰ এই প্ৰতিবাদক সমৰ্থন জনাবলৈ প্ৰতিবাদস্থলীত সমবেত হয় অধিকাংশ জনতা ৷

AASU Protest against impliment of land laws 2020 kathiatali barhampur nagaon assam etv bharat news
ভূমি নীতিৰ প্ৰতিলিপি দাহ

বঢ়মপুৰ,8 জুলাই: বুধবাৰৰ দিনটোত চৰকাৰৰ ভূমি নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কঠীয়াতলী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে ৷ প্ৰতিবাদী দলটোৱে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে ভূমি নীতিৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । কঠীয়াতলী চাৰিআলিৰ দৈনিক বজাৰৰ মাজমজিয়াত ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে অসম চৰকাৰ মুৰ্দাবাদ, বিজেপি গ’বেক, খিলঞ্জীয়াৰ ভূমি অধিকাৰ থাকিবই লাগিব আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানৰে পৰিৱেশ উত্তপ্ত কৰি তোলে । ছাত্ৰ সন্থাৰ এই প্ৰতিবাদক সমৰ্থন জনাবলৈ প্ৰতিবাদস্থলীত সমবেত হয় অধিকাংশ জনতা ৷ উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বৰে পৰা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ৷

ভূমি নীতিৰ প্ৰতিলিপি দাহ

লগতে চাওকঃ জনতা ভৱনৰ অগ্নিকাণ্ডঃ উদ্বিগ্ন মুখ্যমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.