ETV Bharat / state

বিভিন্ন দাবীৰে নগাঁৱত আছাৰ উত্তাল প্ৰতিবাদ - AASA protest at Nagaon on various demand

বাগিছাৰ কৰ্মচাৰী সকলৰ দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰাৰ লগতে অন্যান্য বহু কেইটা দাবীৰে নগাঁও জিলাৰ আছা কমিটিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ নিৰ্বাচনৰ পূৰ্বে এই দাবী সমুহ পুৰণ নকৰিলে 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰত্যেক চাহবাগিছা অঞ্চলত বিজেপি বৰ্জন কৰা হ'ব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

AASA protest at Nagaon on various demand
বিভিন্ন দাবীৰে নগাঁৱত আছাৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Oct 2, 2020, 12:07 PM IST

বঢ়মপুৰ, 2 অক্টোবৰ: আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই আদিবাসী সকলক জনজাতি কৰণ কৰাৰ লগতে বাগিছাৰ কৰ্মচাৰী সকলৰ দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰাৰ লগতে অন্যান্য বহু কেইটা দাবীৰে নগাঁও জিলাৰ আছা কমিটিৰ প্ৰতিবাদ ৷ বৃহস্পতিবাৰে কঠীয়াতলী ৰেংবেং চাহ বাগিছাত বিজেপি হুছিয়াৰ, ন' এছটি ন' ৰেষ্ট, মোডী চৰকাৰ গ'বেক আদি ধ্বনিৰে আকাশ বতাহ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছাৰ শতাধিক কৰ্মীয়ে ৷ ইফালে শালনা চাহ বাগিছাৰ পৰা ৰেংবেং চাহ বাগিচালৈকে বিভিন্ন শ্লগানেৰে এক বাইক ৰেলী বাহিৰ কৰে প্ৰতিবাদকাৰী সকলে ৷

বিভিন্ন দাবীৰে নগাঁৱত আছাৰ উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, জনজাতিকৰণ কৰাৰ ওপৰিও চাহ বাগিছাৰ কৰ্মী সকলক বাগিছা গৃহৰ ম্যাদী পট্টা প্ৰদান কৰা আৰু আদিবাসী সকলৰ জাতিগত প্ৰমান পত্ৰত চাহ বাগিছা লেবাৰ TGL শব্দৰ ব্যৱহাৰ বন্ধ কৰাৰ দাবী তুলে প্ৰতিবাদকাৰী সকলে ৷ নিৰ্বাচনৰ পূৰ্বে এই দাবী সমূহ পূৰণ নকৰিলে 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰত্যেক চাহবাগিছা অঞ্চলত বিজেপি বৰ্জন কৰা হ'ব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়কঃ বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান ফলিন্দ্ৰ বসুমতাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.