ETV Bharat / state

নগাঁৱত উদ্ধাৰ সন্তানসহ ত্ৰিপুৰাৰ মহিলা

author img

By

Published : Feb 1, 2020, 3:23 AM IST

নগাঁৱত প্ৰৱঞ্চকৰ জালৰ পৰা উদ্ধাৰ এগৰাকী ত্ৰিপুৰাৰ মহিলাসহ কন্যাসন্তান ৷ নগাঁৱৰ ধিং গেটত শুক্ৰবাৰে সন্ধিয়া উদ্ধাৰ হয় কন্যা সন্তানসহ এগৰাকী ত্ৰিপুৰাৰ মহিলাগৰাকী ।

A Tripuri women rescue in Nagaon
নগাঁৱত উদ্ধাৰ সন্তানসহ ত্ৰিপুৰাৰ মহিলা

নগাঁও, 31 জানুৱাৰীঃ নগাঁৱত উদ্ধাৰ ত্ৰিপুৰাৰ মহিলা । নগাঁৱৰ ধিং গেটত শুক্ৰবাৰে সন্ধিয়া উদ্ধাৰ হয় কন্যা সন্তানসহ এগৰাকী ত্ৰিপুৰাৰ মহিলাগৰাকী । গুৱাহাটীৰ পৰা বাংগালুৰুলৈ যাবলৈ ওলাইছিল মহিলাগৰাকী। বাংগালুুৰুত কৰ্মৰত মহিলাগৰাকীৰ কঁকায়েকক সাক্ষাতৰ বাবে ওলাইছিল মহিলাগৰাকী। ৰেল’ৰ টিকট কৰি দিয়াৰ চলেৰে মহিলাগৰাকীৰ পৰা ধন লৈছিল ৰাজু দাস নামৰ এগৰাকী প্ৰৱঞ্চকে। ৰাজু দাসে মহিলাগৰাকীক ত্ৰিপুৰা লৈ যোৱাৰ পৰিৱৰ্তে মহিলাগৰাকীক লৈ গুৱাহাটী মৈৰাবাৰী অভিমুখী কলংপাৰ এক্সপ্ৰেছত। কিন্তু নগাঁৱৰ হয়বৰগাঁৱত মহিলাগৰাকীৰ লগত থকা ধন, মোবাইল ফ’ন লৈ উধাও হয় ৰাজু দাস নামৰ প্ৰবঞ্চকহৰাকী। সন্ধিয়া মহিলাগৰাকী কন্যাসন্তানসহ উদ্ধাৰ কৰি ধিং গেটৰ একাংশ লোকে হয়বৰগাঁও আৰক্ষী চকীত চমজায় দিয়াৰ লগতে স্থানীয় ৰাইজে আগবঢ়াই আৰ্থিক সাহায্য।

নগাঁৱত উদ্ধাৰ সন্তানসহ ত্ৰিপুৰাৰ মহিলা

আৰু পঢ়কঃপৰেশ বৰুৱা আলোচনালৈ ! এয়া হিমন্তৰ অপপ্ৰচাৰঃ উপমন্যু

Intro:নগাঁৱত উদ্ধাৰ ত্ৰিপুৰাৰ মহিলা। কন্যা সন্তানসহ মহিলাগৰাকীক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে। ৰাইজে আগবঢ়াই আৰ্থিক সাহায্য।

Body:নগাঁৱৰ ধিং গেটত শুক্ৰবাৰে সন্ধিয়া উদ্ধাৰ হয় কন্যা সন্তানসহ এগৰাকী ত্ৰিপুৰাৰ মহিলা। গুৱাহাটীৰ পৰা বাংগালোৰলৈ যাবলৈ ওলাইছিল মহিলাগৰাকী। বাংগালোৰত কৰ্মৰত মহিলাগৰাকীৰ কঁকায়েকক সাক্ষাতৰ বাবে ওলাইছিল মহিলাগৰাকী। ৰেলৰ টিকটৰ বাবে মহিলাগৰাকীৰ পৰা ধন লৈছিল ৰাজু দাস নামৰ এজন প্ৰৱঞ্চকে। ৰাজু দাসে মহিলাগৰাকীক ত্ৰিপুৰা লৈ যোৱাৰ পৰিবৰ্তে মহিলাগৰাকীক লৈ গুৱাহাটী মৈৰাবাৰী অভিমুখী কলংপাৰ এক্সপ্ৰেছত। কিন্তু নগাঁৱৰ হয়বৰগাঁৱত মহিলাগৰাকীৰ লগত থকা ধন, মোবাইল ফোন লৈ উধাও হয় ৰাজু দাস নামৰ প্ৰবঞ্চকটো। সন্ধিয়া মহিলাগৰাকী কন্যাসন্তানসহ উদ্ধাৰ কৰি ধিং গেটৰ একাংশ লোকে হয়বৰগাঁও আৰক্ষী চকীত চমজায় দিয়াৰ লগতে স্থানীয় ৰাইজে আগবঢ়াই আৰ্থিক সাহায্য।
bite-

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.