কলিয়াবৰ 28 জুলাইঃ কলিয়াবৰত অদ্ভূত ঘটনা ৷ নিজে নিজে জ্বলি উঠিল ঘৰৰ কাপোৰ ৷ সন্ত্ৰস্ত গৃহস্থৰ লগতে ন-পূৱথৰীয়াৰ গাঁওবাসী ৷ শনিবাৰে প্ৰায় দিনৰ 11 বজাত ন-পূৱথৰীয়া গাঁৱৰ বাসিন্দা টঙ্ক বৰাৰ ঘৰত হঠাৎ বিচনাৰ লেপত জুই লাগে। প্ৰথমে কিবা বিজুতিত এনে ঘটনা হৈছিল বুলি ধাৰণা কৰা হৈছিল যদিও পিচত ঘৰৰ ভিতৰত থকা তুলি-কম্বল, বিচনা চাদৰ, টেবুলৰ কিতাপ-পত্ৰটো জুই লাগিবলৈ আৰম্ভ কৰে। আনকি স্নান গৃহৰ তিতা কাপোৰতো জুই লগা প্ৰত্যক্ষ কৰে গৃহস্থই ৷ ওচৰ চুবুৰীয়াই টঙ্ক বৰাৰ ঘৰত হুলস্থুল শুনি ওলাই আহি এনে আশ্চৰ্য্যকৰ কাণ্ড দেখি হত-বম্ব হৈ পৰে। স্থানীয় ৰাইজে পানী ঢালি জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখে যদিও বিয়ালিলৈকে এনে ঘটনা সংঘটিত হৈয়ে থাকে ৷ আৰক্ষীক খবৰ দিয়াৰ পিচত বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে।
কলিয়াবৰত আলৌকিক ঘটনা নিজে-নিজে জ্বলিল জুই! - tanka bora house
কলিয়াবৰত অদ্ভূত ঘটনা ৷ নিজে নিজে জ্বলি উঠিল ঘৰৰ কাপোৰ ৷ সন্ত্ৰস্ত গৃহস্থৰ লগতে ন-পূৱথৰীয়াৰ গাঁওবাসী ৷
কলিয়াবৰ 28 জুলাইঃ কলিয়াবৰত অদ্ভূত ঘটনা ৷ নিজে নিজে জ্বলি উঠিল ঘৰৰ কাপোৰ ৷ সন্ত্ৰস্ত গৃহস্থৰ লগতে ন-পূৱথৰীয়াৰ গাঁওবাসী ৷ শনিবাৰে প্ৰায় দিনৰ 11 বজাত ন-পূৱথৰীয়া গাঁৱৰ বাসিন্দা টঙ্ক বৰাৰ ঘৰত হঠাৎ বিচনাৰ লেপত জুই লাগে। প্ৰথমে কিবা বিজুতিত এনে ঘটনা হৈছিল বুলি ধাৰণা কৰা হৈছিল যদিও পিচত ঘৰৰ ভিতৰত থকা তুলি-কম্বল, বিচনা চাদৰ, টেবুলৰ কিতাপ-পত্ৰটো জুই লাগিবলৈ আৰম্ভ কৰে। আনকি স্নান গৃহৰ তিতা কাপোৰতো জুই লগা প্ৰত্যক্ষ কৰে গৃহস্থই ৷ ওচৰ চুবুৰীয়াই টঙ্ক বৰাৰ ঘৰত হুলস্থুল শুনি ওলাই আহি এনে আশ্চৰ্য্যকৰ কাণ্ড দেখি হত-বম্ব হৈ পৰে। স্থানীয় ৰাইজে পানী ঢালি জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখে যদিও বিয়ালিলৈকে এনে ঘটনা সংঘটিত হৈয়ে থাকে ৷ আৰক্ষীক খবৰ দিয়াৰ পিচত বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে।
নিজে-নিজে জ্বলিল ঘৰৰ কাপোৰ
সন্ত্ৰস্ত গৃহস্থ, ন-পূৱথৰীয়াৰ গাঁওবাসীBody:কলিয়াবৰৰ ন-পূৱথৰীয়া গাঁৱত শনিবাৰে প্ৰায় ১১ বজাৰে পৰা এক অদ্ভূত আৰু অলৌকিক ঘটনা সংঘটিত হয়।
ন-পূৱথৰীয়া গাঁৱৰ বাসিন্দা টঙ্ক বৰাৰ ঘৰত শণিবাৰে আগবেলাৰে পৰা হঠাৎ বিচনাৰ লেপত জুই লাগে। প্ৰথমে কিবা বিজুতিত এনে হৈছে বুলি ভাবিলেও পিচলৈ এনেকৈ ঘৰৰ ভিতৰত থকা তুলি-কম্বল, বিচনা চাদৰ, টেবুলৰ কিতাপ-পত্ৰটো জুই লাগিবলৈ আৰম্ভ কৰে। আনকি স্নান গৃহৰ তিতা কাপোৰতো জুই লগা প্ৰত্যক্ষ কৰে। চুবুৰীয়াই টঙ্ক বৰাৰ ঘৰত হুলস্থুল শুনি ওলাই আহি এনে আশ্চৰ্য্যকৰ কাণ্ড দেখি হত-চকিত হৈ পৰে। এক হোৱা-দোৱা পৰিৱেশৰ সৃষ্ট হয়। গঞাৰাইজে পানী ঢালি জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখে যদিও বিয়ালিলৈকে এনে ঘটনা ছেগা-চুৰুকাকৈ চলি থাকে।
আৰক্ষীয়ে বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। গাঁওবাসীয়ে ঘটনাটোৰ ওপৰত মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।Conclusion:visuals
bite of tanka borah