বটদ্ৰৱা,8আগষ্ট : নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ বলিকটীয়াৰ এগৰাকী মহিলালৈ এন আৰ চিৰ কৰ্তৃপক্ষৰ পৰা 24 ঘন্টাৰ ভিতৰত আহিল দুখনকৈ জাননী ৷ সাহাব উদ্দিনৰ পত্নী নাজমা খাতুনে লাভ কৰে দুখনকৈ জাননী ৷ জাননীত নাজমা খাতুনক 8আগষ্ট বৃহস্পতিবাৰে একে সময়তে নগাঁৱৰ চামগুৰিৰ বাজিয়াগাঁও আৰু লামডিঙত নথি-পত্ৰলৈ উপস্থিত হ'বৰ বাবে এন আৰ চি কৰ্তৃপক্ষই প্ৰেৰণ কৰে জাননী ৷ এনআৰচিৰ শুনানিৰ বাবে একে দিনাই একে সময়তে দুঠাইত উপস্থিত হ'বলৈ লাভ কৰা জাননীত বিপাঙত পৰিছে মহিলা গৰাকী ৷ এনআৰচিৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ত কৰ্মৰত বিষয়া কৰ্মচাৰীৰ এনে কৰ্মকাণ্ডত ক্ষুব্ধ হৈ পৰিছে একাংশ ৷
এন আৰ চিৰ জাননীয়ে বিপাঙত পেলাইছে এগৰাকী মহিলাক
এন আৰ চিৰ জাননীয়ে বিপাঙত পেলাইছে ধিঙৰ এগৰাকী মহিলাক ৷ একে সময়তে দুটাকৈ ঠাইত মহিলাগৰাকীক উপস্থিত হ'বলৈ জাননী প্ৰেৰণ কৰা হয় ৷
বটদ্ৰৱা,8আগষ্ট : নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ বলিকটীয়াৰ এগৰাকী মহিলালৈ এন আৰ চিৰ কৰ্তৃপক্ষৰ পৰা 24 ঘন্টাৰ ভিতৰত আহিল দুখনকৈ জাননী ৷ সাহাব উদ্দিনৰ পত্নী নাজমা খাতুনে লাভ কৰে দুখনকৈ জাননী ৷ জাননীত নাজমা খাতুনক 8আগষ্ট বৃহস্পতিবাৰে একে সময়তে নগাঁৱৰ চামগুৰিৰ বাজিয়াগাঁও আৰু লামডিঙত নথি-পত্ৰলৈ উপস্থিত হ'বৰ বাবে এন আৰ চি কৰ্তৃপক্ষই প্ৰেৰণ কৰে জাননী ৷ এনআৰচিৰ শুনানিৰ বাবে একে দিনাই একে সময়তে দুঠাইত উপস্থিত হ'বলৈ লাভ কৰা জাননীত বিপাঙত পৰিছে মহিলা গৰাকী ৷ এনআৰচিৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ত কৰ্মৰত বিষয়া কৰ্মচাৰীৰ এনে কৰ্মকাণ্ডত ক্ষুব্ধ হৈ পৰিছে একাংশ ৷
Body:এন আৰ চিৰ শুনানীৰ জাননী লাভৰ ২৪ ঘন্টাৰ ভিতৰত দূৰদুৰণিলৈ পৰিয়ালৰ মহিলা,শিশু, বৃদ্ধ সহ গৈ দুৰ্ঘটনাকে আদি কৰি বিভিন্ন হাৰাশাস্তিৰ সন্মুখিন হোৱা ঘটনাই ৰাজ্যত তোলপাৰ লগাই থকা সময়ত নগাঁৱৰ ধিং ৰাজহ চক্ৰৰ বলিকটীয়াৰ এগৰাকী মহিলাক একে দিনাই দুঠাইত এন আৰ চিৰ শুনানীৰ বাবে জাননী প্ৰেৰন কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বলিকটীয়া গাৱঁৰ সাহাব উদ্দিনৰ পত্নী নাজমা খাতুনে এন আৰ চিৰ কৰ্তৃপক্ষৰ পৰা লাভকৰে দুটাকৈ জাননী ৷ জাননীত নাজমা খাতুনক আঠ আগষ্ট বৃহস্পতি বাৰে একে সময়তে নগাঁৱৰ চামগুৰিৰ বাজিয়াগাও আৰু লামডিঙত নথি পত্ৰলৈ উপস্হিত হবৰ কাৰনে এন আৰ চি কৰ্তৃপক্ষই প্ৰেৰন কৰে জাননী ৷ এন আৰ চি ৰ শুনানীৰ বাবে একে দিনাই একে সময়তে দুঠাইত উপস্হিত হবলৈ লাভ কৰা জাননীত বিপাঙত পৰিছে মহিলা গৰাকী ৷ এন আৰ চিৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ত বিষয়া কৰ্মচাৰীৰ এনে কৰ্মকাণ্ডত ক্ষুব্ধ কৰি তুলিছে একাংশ ৰাইজক ৷____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion: