ETV Bharat / state

হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে 12 টা বিশেষ দল - Human elephant conflict

হস্তী-মানুহৰ সংঘাত ৰোধৰ বিশেষ ব্যৱস্থা বন বিভাগৰ ৷ 12 টা বিশেষ দল প্ৰস্তুত বন বিভাগৰ ৷

12 New team formed for Human Elephant conflict
হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে 12 টা বিশেষ দল
author img

By

Published : Nov 26, 2019, 11:59 PM IST

নগাঁও, 26 নৱেম্বৰঃ ৰাজ্যত দুৰ্বাৰ গতিত চলি থকা হস্তী-মানুহৰ সংঘাত ৰোধৰ বিশেষ ব্যৱস্থা বন বিভাগৰ ৷ হাতী-মানুহৰ সংঘাত প্ৰৱণ এলেকাৰ বাবে 12 টা বিশেষ দল প্ৰস্তুত কৰিছে বন বিভাগে ৷ প্ৰতিটো বিশেষ দল দুখনকৈ গাড়ী,বন্দুক,টৰ্চ তথা যাৱতীয় সকলো সামগ্ৰীৰে সু-সজ্জিত হ’ব ৷ অতি শীঘ্ৰেই আনুষ্ঠানিকভাৱে এই বিশেষ বাহিনীটো মুকলি কৰিব বুলি ঘোষণা কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে 12 টা বিশেষ দল

চামগুৰিৰ চালপাৰাত বন বিভাগৰ উদ্যোগত অনুষ্ঠিত এখন ফুটবল প্ৰতিযোগিতাত উপস্থিত থকাৰ সময়ত ঘোষণা কৰে বনমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে অভয়াৰণ্যৰ বাহিৰত বন বিভাগে গঁড়ক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ বাবেই পূৰ্বে গঁড় হত্যা হৈছিল বুলি স্বীকাৰোক্তি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷

আৰু পঢ়কঃ নগাঁও আৰক্ষীৰ সফলতা : বৃহৎ পৰিমাণৰ অস্ত্ৰসহ আটক ডকাইতৰ দল

Intro:হস্তী মানুহৰ সংঘাত ৰোধৰ বাবে সষ্টম হব 12 টা বিশেষ দল। Body:বন্যহস্তী-মানুহৰ সংঘাত প্ৰৱণ এলেকাৰ বাবে ১২টা বিশেষ দল প্ৰস্তুত কৰিছে বন বিভাগে।
প্ৰতিটো বিশেষ দল দুখনকৈ গাড়ী, বন্দুক, টৰ্চ, আতচবাজীৰে সু-সজ্জিত হব।
মাত্ৰ এসপ্তাহ-দহ দিনৰ ভিতৰত আনুষ্ঠানিক ভাৱে বিশেষ বাহিনীটো মুকলি কৰাৰ ঘোষণা বনমন্ত্ৰীৰ।
চামগুৰিৰ চালপাৰাত বন বিভাগৰ উদ্যোগত অনুষ্ঠিত এখন ফুটবল প্ৰতিযোগিতাত উপস্থিত থকাৰ সময়ত ঘোষণা কৰে বনমন্ত্ৰী পৰিমল শুক্লবদ্যয়ে।
অভয়াৰণ্যৰ বাহিৰত বন বিভাগে গঁড়ক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ বাবেই পূৰ্বে গঁড় হত্যা হৈছিল বুলি স্বীকাৰোক্তি বনমন্ত্ৰীৰ।
--------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
26-11-19Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.