ETV Bharat / state

কলিয়াবৰত কভিড-19 ত আক্ৰান্ত ১২ জন

author img

By

Published : Apr 24, 2021, 7:22 PM IST

কলিয়াবৰত ১২ জন লোক আক্ৰান্ত হৈছে কভিড-19 ত ৷ ক’ভিড সংক্ৰমণ ধৰা পৰা আটাইকেইগৰাকী আক্ৰান্তকে বৰ্তমান হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে ৷

12 new covid 19 patient in kaliabar etv bharat news
কলিয়াবৰত কভিড-19 ত আক্ৰান্ত ১২ জন

কলিয়াবৰ, 24 এপ্ৰিল : ৰাজ্যৰ চৌদিশে এতিয়া ক’ভিড আতংক ৷ ইজনৰ পিছত আনজন লোক আক্ৰান্ত হৈছে ক’ভিড-19 ত ৷ কলিয়াবৰত ১২ জন লোক আক্ৰান্ত হৈছে কভিড-19 ত ৷ জখলাবন্ধা চিকিৎসালয়ত কৰা টেষ্টত শনিবাৰে 6 জন লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ অৱস্থিতি ৷ তদুপৰি চিমনাবস্তি চিকিৎসালয়ৰ ক’ভিড কেন্দ্ৰৰ অন্তৰ্গত চাৰিটা ক’ভিড পৰীক্ষা কেন্দ্ৰত কৰা পৰীক্ষাত আন 6 জন লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷

ক’ভিড সংক্ৰমণ ধৰা পৰা আটাইকেইগৰাকী আক্ৰান্তকে বৰ্তমান হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে ৷ এই পৰ্যন্ত কলিয়াবৰত কভিড-19ত আক্ৰান্তৰ সংখ্যা 65 লৈ বৃদ্ধি পালে ।

লগতে পঢ়ক : অক্সিজেন টেংকাৰ ভৰ্তি কৰাৰ বাবে জামনগৰলৈ ৰাওনা বায়ু সেনা বাহিনীৰ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.