ETV Bharat / state

মৰিগাঁৱত অনুষ্ঠিত পাটিঢোল প্ৰশিক্ষণৰ সফল সামৰণি

ফেব্ৰুৱাৰীৰ 26 তাৰিখৰ পৰা 15 দিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱত অনুষ্ঠিত পাটিঢোল প্ৰশিক্ষণৰ বুধবাৰে সফল সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

author img

By

Published : Mar 12, 2020, 3:54 AM IST

পাটিঢোল প্ৰশিক্ষণৰ সফল সামৰণি
পাটিঢোল প্ৰশিক্ষণৰ সফল সামৰণি

মৰিগাঁও, 11 মাৰ্চঃ সফল সামৰণি পৰে মৰিগাঁৱত অনুষ্ঠিত পাটিঢোল প্ৰশিক্ষণৰ 15 দিনীয়া কাৰ্যসূচী ৷ যোৱা 26 ফেব্ৰৱাৰীৰ পৰা মৰিগাঁও মানিপুৰ বিষ্ণু ৰাভা হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হৈছিল এই প্ৰশিক্ষণ ৷ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি ঢোল বাদনৰ বিভিন্ন ধৰণ প্ৰদৰ্শন কৰা হয় ৷ এই 15 দিনীয়া প্ৰশিক্ষণ আগবঢ়াই পাটিঢোলৰ ওজা প্ৰসেন কোঁৱৰে ৷ লগতে সহযোগী প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ আগবঢ়ায় মৃনাল কুমাৰ মেধিয়ে ৷ বুধবাৰে সামৰণি অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে ৰাজ্যৰ কেইবাগৰাকীও ঢোলৰ ওজা, অসম চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ বিষয়া সৌৰভ পানী ফুকনৰ লগতে কেইবাগৰাকীও বিশিষ্ট সাংস্কৃতিক প্ৰবক্তা ৷

মৰিগাঁৱত অনুষ্ঠিত পাটিঢোল প্ৰশিক্ষণৰ সফল সামৰণি

লগতে পঢ়কঃ গোৱালপাৰাত অনুষ্ঠিত ৰাভা সংস্কৃতি সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.