ETV Bharat / state

চেনেহৰ গামোছা প্ৰস্তুত কৰাত ব্যস্ত অসমীয়া মহিলা - সাংবাদিক ৰাতুল ডেকাৰ এক বিশেষ প্ৰতিবেদন

মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ এক বিশেষ প্ৰতিবেদন -

বহাগ বিহুলৈ কিছুদিন
চেনেহৰ গামোছা প্ৰস্তুত কৰাত ব্যস্ত অসমীয়া মহিলা
author img

By

Published : Mar 14, 2020, 5:37 PM IST

মৰিগাঁও, 14 মাৰ্চ : হেঁপাহৰ বহাগ বিহুলৈ মাজত মাথো কিছুদিন ৷ বহাগৰ আগলি বতৰা লৈ প্ৰকৃতিও হৈ পৰিছে বিনন্দীয়া ৷ চ'তৰ আগমনৰ লগে লগে ৰাজ্যৰ চহা ৰোৱনী-দাৱনী সকলো ব্যস্ত হৈ পৰিছে তাঁতশালত ৷

বহাগ বিহুলৈ কিছুদিন
চেনেহৰ গামোছা প্ৰস্তুত কৰাত ব্যস্ত অসমীয়া মহিলা

ঘৰে ঘৰে গামোচা, চেলেং বোৱা কাৰ্যত ব্যস্ত অসমীয়া জীয়ৰী-বোৱাৰী ৷ কুলি-কেতেকীৰ মাতত ৰজনজনাই পৰিছে চৌপাশ ৷ বিহুক আদৰাৰ লক্ষ্যৰে আখৰাতো ব্যস্ত হৈ পৰিছে অসমীয়া ডেকা-গাভৰু ৷ এই সন্দৰ্ভত মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ এক বিশেষ প্ৰতিবেদন -

আৰু পঢ়ক : এটা ধানৰ পৰা বিপ্লৱ সৃষ্টি কৰা গোৱালপাৰাৰ উপেন্দ্ৰ ৰাভা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.