ETV Bharat / state

সম্পূৰ্ণ অসমীয়া সাজৰে পূজাৰ বেদীত দুৰ্গতিনাশিনী

ধিঙত এখন ব্যতিক্ৰমী দুৰ্গা পূজাই সকলো ৰাইজৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে পূজাস্থলীত ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷

author img

By

Published : Oct 24, 2020, 9:23 AM IST

Uncommon Durga Puja Celebration At Dhing
সম্পূৰ্ণ অসমীয়া সাজৰে পূজাৰ বেদীত দুৰ্গতিনাশিনী

মৰিগাঁও, 24 অক্টোবৰঃ মৰিগাঁও জিলাৰ ধিঙত এখন ব্যতিক্ৰমী দুৰ্গা পূজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ অন্যান্য পূজাৰ পৰা কিছু ব্যতিক্ৰম এইখন পূজা ৷ কাৰণ জাক-জমকতাৰ বিপৰীতে সম্পূৰ্ণ জাতীয় স্বকীয়তাৰে জিলিকি উঠিছে ধিঙৰ এইখন ব্যতিক্ৰমী পূজা ৷

ইফালে দেবী দুৰ্গাক পৰিধান কৰোৱা হৈছে অসমীয়া জাতীয় সাজপাৰ চাদৰ-মেখেলা ৷ অকল দেৱী দুৰ্গাকেই নহয় অন্যান্য দেৱতা সকলকো পৰিধান কৰোৱা হৈছে অসমীয়া সাজপাৰ ৷ ধিঙৰ নেপালী গাঁৱত উদযাপন কৰা হৈছে এই পূজা ৷

ক'ভিড-19 ৰ বাবে আনবৰ্ষৰ তুলনাত অনুষ্টুপীয়াকৈ আয়োজন কৰিলেও স্থানীয় লোকৰ দৃষ্টি আৰ্কষন কৰিবলৈ সক্ষম হৈছে এই পূজাখনে ৷ ক'ভিড আতংক আৰু প্ৰতিকূল বতৰৰ মাজতেই ধিঙৰ নেপালী গাঁৱৰ পূজাস্থলীত অগণন ভক্তই ভিৰ কৰা দেখা গৈছে ৷

লগতে পঢ়ক- আজি সপ্তমীঃ বিশ্বনাথ চাৰিআলিৰ পূজা স্থলী নিমাওমাও পৰিবেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.