বিজেপি গমনৰ বাতৰিক অসত্য আখ্যা সুশান্ত বৰগোহাঁইৰ
সঁচাই বিজেপিলৈ যাব নেকি থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই ৷ চচিয়েল মিডিয়াত সৰৱ চৰ্চা হোৱা বিষয়টো সন্দৰ্ভত কৌশলী স্থিতি বিধায়কজনৰ ৷
ৰেচন কাৰ্ড প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ এজেন্টৰ বিৰুদ্ধে
হিতাধিকাৰিক নতুন ৰেচন কাৰ্ড (RATION CARD) প্ৰদানৰ বাবদ ১৫০, ৩৫০ ৰ পৰা ৫০০ টকা পৰ্যন্ত ধন দাবীৰ অভিযোগ উঠিছে এজেণ্ট ৰাম প্ৰসাদ ৰাওৰ বিৰুদ্ধে ।
মিজোৰ আতংকত ঘৰ-বাৰী এৰিছে সীমান্তবাসীয়ে
কাছাৰ-মিজোৰাম সীমান্তৱৰ্তী অঞ্চলৰ ধলাইত পুনৰ মিজোৰ আগ্ৰাসন ৷ আতংকত ঘৰ-বাৰী এৰি পলায়ন কৰিছে সীমন্তবাসী ৰাইজে ৷
ৰঙিয়াত RPF জোৱানৰ জালত মানৱ সৰবৰাহকাৰী
ৰঙিয়া ষ্টেচনত তহলদাৰী আৰপিএফে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ৪ গৰাকী কিশোৰী আৰু ২ টা কিশোৰসহ মুঠ ১৫ গৰাকী কিশোৰ-কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
সাপ-ভেকুলীৰ বাসস্থানত পৰিণত এটা চুইমিং পুল
আধাৰশিলা স্থাপনৰ পাচত নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ প্ৰকল্প পৰি ৰোৱাতো সাধাৰণ কথাত পৰিণত হৈছে ৷ তেনেদৰেই এই চুইমিং পুলটোও নিৰ্মাণ হ’ল ঠিকেই, ব্যৱহাৰ পিচে নহ’ল ৷ সেয়ে এতিয়া পৰিণত হৈছে সাপ-ভেকুলীৰ বাসস্থানত ৷
আগষ্টত আৰক্ষীয়ে দাখিল কৰিব সাগৰ ধনকাৰ হত্যাকাণ্ডৰ প্ৰথমখন অভিযোগনামা
অপৰাধ শাখাৰ এক সূত্ৰই জনোৱা মতে অহা আগষ্ট মাহৰ প্ৰথম সপ্তাহতে দিল্লী আৰক্ষীয়ে গোচৰটো সন্দৰ্ভত অভিযোগ পত্ৰ দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । হত্যাকাণ্ডৰ অভিযুক্ত সকলৰ ভিতৰত আছে মল্লযোদ্ধা সুশীল কুমাৰ ।
অচিৰেই ভাৰত ডাইনামিক্সৰ পৰা এয়াৰ মিছাইল লাভ কৰিব ভাৰতীয় বায়ু সেনাই
মঙলবাৰে হায়দৰাবাদৰ কাঞ্চনবাগ গোটৰ পৰা MRSAMৰ প্ৰথমটো ফায়াৰিং গোটৰ প্ৰথমটো মিছাইল উদ্বোধন কৰে ভাৰত ডাইনামিক্স লিমিটেডে(Bharat Dynamics Ltd) । ভাৰতীয় বায়ু সেনাক প্ৰদান কৰাৰ বাবে এই এয়াৰ মিছাইল প্ৰস্তুত কৰা হৈছে ।
আত্মসমৰ্পণৰ সম্ভাৱনা এন এল এফ বিৰ মুৰব্বী এম বাথাৰ
বৃহস্পতিবাৰে বিদ্ৰোহী সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বড়োলেণ্ড (National Liberation Front of Boroland)ৰ মুৰব্বী এম বাথা(M Batha)ই আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে ৷ সতীৰ্থ কেডাৰসহ ওদালগুৰি জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্ত হৈ অসমত প্ৰৱেশ কৰিব বিদ্ৰোহী নেতা গৰাকীয়ে ৷
চৰকাৰী বিষয়াই ঘুৰাই দিলে লুন্ঠনৰ ধন
চৰকাৰী আঁচনিত ধনৰ কেলেংকাৰী সংঘটিত হোৱাটো সাম্প্ৰতিক সময়ত এক চিৰাচৰিত ঘটনা হৈ পৰিছে ৷ কিন্তু আঁচনিৰ ধন আত্মসাৎ কৰাৰ পাছত পুনৰ ঘূৰাই দিয়া ৷ এই বিৰল ঘটনা সংঘটিত হৈছে কলীয়াপানী উন্নয়ন খণ্ডৰ অধীনস্থ ১ নং চিন্তামণিগড় গাঁও পঞ্চায়তত ৷
প্ৰভূত্ব বিস্তাৰৰ বাবেই জনসংখ্যা বৃদ্ধিৰ অভিযান মুছলমানৰ : মোহন ভাগৱত
বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয় (Guwahati University)ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক তথা বিশিষ্ট লেখক ড৹ ননীগোপাল মহন্তৰ ‘Citizenship Debate over NRC & CAA : Assam and The Politics of History’ শীৰ্ষক এখন গৱেষণাধৰ্মী গ্ৰন্থ উন্মোচন কৰে RSS প্ৰধান মোহন ভাগৱতে (Mohan Bhagwat) ৷