ETV Bharat / state

মৰিগাঁও ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী টাইগাৰ্ছ ক্লাৱ - ৰমাকান্ত দেউৰী

মৰিগাঁৱৰ দমাল খেলপথাৰত অনুষ্ঠিত হৈ থকা ফুটবল প্ৰতিযোগিতাখনত টাইগাৰ্ছ ক্লাৱে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে ।

মৰিগাঁও ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী টাইগাৰ্ছ ক্লাৱ

author img

By

Published : Nov 25, 2020, 7:50 AM IST

মৰিগাঁও,25 নৱেম্বৰঃ মৰিগাঁৱত দমাল টাইগাৰ ক্লাবৰ উদ্যোগত দমাল খেলপথাৰত অনুষ্ঠিত হৈ থকা ফুটবল প্ৰতিযোগিতাৰ মঙলবাৰে চূড়ান্ত প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাখন মানিপুৰ ফুটবল একাদশ বনাম দমাল টাইগাৰ ক্লাৱৰ মাজত অনুষ্ঠিত হয়। মিণ্টু বৰদলৈয়ে পৰিচালনা কৰা চূড়ান্ত প্ৰতিযোগিতাৰ শেষাৰ্দ্ধ লৈকে শূন্য গলৰে সমতা স্থাপন কৰে। অৱশেষত সমিতি তথা পৰিচালকৰ সিদ্ধান্ত মতে ট্ৰাইবেকাৰ পদ্ধতিৰে দমাল ক্লাৱে তিনি গলৰ বিজয়ীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

মৰিগাঁও ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী টাইগাৰ্ছ ক্লাৱ
মৰিগাঁও ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী টাইগাৰ্ছ ক্লাৱ
এই আৰ্কষণীয় ফুটবল প্ৰতিযোগিতা খন উদ্ধোধন কৰে মৰিগাঁৱৰ বিধায়ক তথা অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে । খেলখনত উপস্থিত থাকে আইটিডিপিৰ অধ্যক্ষ মনক চন্দ্ৰ বৰদলৈ,এজাৰ বাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ প্ৰমুখ্যে বহুকেইজন গণ্য মান্য ব্যক্তি ৷ লগতে চাওকঃ দশকটোৰ শ্ৰেষ্ঠ পুৰুষ ক্ৰিকেটাৰ পদকৰ বাবে মনোনীত কোহলী, অশ্বিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.