ETV Bharat / state

টি.এ.চি. নিৰ্বাচনঃ মনোনয়ন পত্ৰ দাখিলৰ আজি দ্বিতীয় দিন

author img

By

Published : Nov 26, 2020, 5:56 PM IST

তিৱা স্বায়ত্বশাসন পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি দ্বিতীয় দিন। প্ৰথম দিনা মুঠ 42 জন বিভিন্ন দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে দ্বিতীয় দিনা ১৬ নং শলমাৰী পৰিষদীয় সমষ্টিৰ বাবে শাসকীয় দলৰ পৰা মনোনয়ন পত্ৰ দাখিল নয়নমণি দেউৰীয়ে ।

tac-election
টি.এ.চি. নিৰ্বাচনঃ মনোনয়ন পত্ৰ দাখিলৰ আজি দ্বিতীয় দিন

মৰিগাঁও, 26 নৱেম্বৰ : তিৱা স্বায়ত্বশাসন পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি দ্বিতীয় দিন। প্ৰথম দিনা মুঠ 42 জন বিভিন্ন দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে দ্বিতীয় দিনা ১৬ নং শলমাৰী পৰিষদীয় সমষ্টিৰ বাবে শাসকীয় দলৰ পৰা মনোনয়ন পত্ৰ দাখিল নয়নমণি দেউৰীয়ে ।

নয়নমণি দেউৰীয়ে দুই শতাধিক সৰ্মথকক লগত লৈ জিলা বিজেপিৰ কাৰ্যালয়ৰ পৰা সমদল কৰি জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ । নয়নমণি সহ তিৱা স্বায়ত্বশাসন পৰিষদৰ নিৰ্বাচনত মুঠ প্ৰাৰ্থীৰ সংখ্যা 43 গৰাকী ।
লগতে পঢ়ক: কৰিমগঞ্জত শ্ৰমিকৰ বিভিন্ন দাবীৰে চিটুৰ ভাৰত বন্ধ পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.