ETV Bharat / state

NRC নহয় NPR ৰ পোষকতা শিলাদিত্যৰ

author img

By

Published : Sep 18, 2019, 11:44 PM IST

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত পুনৰ বিৰ্তকিত মন্তব্য বিধায়ক শিলাদিত্যৰ ৷ এন আৰ চি মূল্যহীন আখ্যা শিলাদিত্যৰ ৷ প্ৰথমে আধাৰ কাৰ্ডৰ ব্যৱস্থা কৰা উচিত বুলি মন্তব্য প্ৰকাশ ৷

NRC নহয় NPR ৰ পোষকতা শিলাদিত্যৰ

মৰিগাঁও , 18 চেপ্তেম্বৰঃ বুধবাৰে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত বঙালী পৰিষদৰ উদ্যোগত অনুষ্ঠিত এক মত বিনিময় অনুষ্ঠানত উপস্থিত হয় হোজাইৰ বিধায়ক শিলাদিত্য দেৱ ৷ এন আৰ চিৰ কোনো মূল্য নাই বুলি মন্তব্য কৰি বিধায়কজনে কয় যে, এন আৰ চিয়ে চৰকাৰী সকলো কাগজ পত্ৰ মূল্যহীন কৰিলে ৷ ১৯৭১ চনৰ পাছত অসমলৈ অহা লোকসকল স্বদেশী হ'ল আৰু পঞ্চাশ চনতে অহা লোকো বিদেশী হ'ল কাগজৰ অভাৱত ।

NRC নহয় NPR ৰ পোষকতা শিলাদিত্যৰ

এন আৰ চিক কটাক্ষ কৰি তেওঁ কয় যে এন আৰ চিৰ নাম সলনি কৰি ইয়াক এন পি আৰ অৰ্থাৎ নেচনেল পপুলেশ্বন ৰেজিষ্টাৰ বুলি ঘোষণা কৰিব লাগে য'ত বিদেশী স্বদেশী সকলোৰে নাম অন্তৰ্ভুক্ত হৈ থাকিব ৷ সকলোৰে বাবে প্ৰথমে আধাৰ কাৰ্ডৰ ব্যৱস্থা হোৱাৰ পাছত এন আৰ চি হোৱাটো উচিত বুলি মত প্ৰকাশ কৰে বিধায়ক শিলাদিত্যই ৷

Intro:মৰিগাঁৱৰ ভূৰাগাঁৱত হোজাইৰ বিধায়ক শিলাদিত্য।NRCৰ পৰিবৰ্তে NPR কৰাৰ পোষকতা । সমালোচনা প্ৰতীক হাজেলা আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক Body:NRC সলনি NPR অৰ্থাৎ national population register হব লাগে - বুধবাবে মৰিগাঁৱৰ ভূৰাগাঁৱত এই মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ ।
বুধবাবে মৰিগাঁও ভূৰাগাঁৱত বঙালী পৰিষদৰ নেতৃবৃন্দক লগত লৈ সংখ্যালঘু অধ্যুষিত লাহৰিঘাট সমষ্টিত শিলাদিত্যৰ বিষ্ফোৰণ - এন আৰ চিৰ নাম সলনি কৰি এন পি আৰ কৰিব লাগে। যত থাকিব স্বদেশী বিদেশী সকলোৰে নাম। ভাৰতত কোনো হিন্দুৱে বিদেশী নহয়।

লাহৰীঘাটৰ ভূৰাগাঁৱত বঙালী পৰিষদৰ উদ্যোগত অনুষ্ঠিত এক মত বিনিময় অনুষ্ঠানত শিলাদিত্য। মত বিনিময় অনুষ্ঠানত অংশ লৈ বহু বিতৰ্কিত মন্তব্য শিলাদিত্যৰ। এন আৰ চিৰ কোনো মূল্য নাই। এন আৰ চিয়ে চৰকাৰী সকলো কাগজ পত্ৰৰ মূল্যহীন কৰিলে। ১৯৭১ চনৰ পাছত অসমলৈ অহা লোক স্বদেশী হল আৰু পঞ্চাশ চনতে অহা লোকো বিদেশী হল কাগজৰ অভাৱত। এন আৰ চিৰ নাম সলনি কৰি ইয়াক এন পি আৰ অৰ্থাৎ নেচনেল প্ৰপোলেশ্বন ৰেজিষ্টাৰ বুলি ঘোষনা কৰিব লাগে। সেই ৰেজিষ্টাৰত বিদেশী স্বদেশী সকলোৰে নাম থাকিব। সকলোৰে বাবে আধাৰ কাৰ্ডৰ প্ৰথমে ব্যৱস্হা হব লাগে। তাৰ পাছত এন আৰ চি। অকাৰণত এন আৰ চিৰ নামত ৰাজকোষৰ কোটি কোটি টকা ব্যয় যিহেতু হলেই সেয়ে হাজেলাৰ এন আৰ চি খন এন পি আৰ হিচাবে চৰকাৰে ঘোষনা কৰক। এন আৰ চিত বহু কোটি টকীয়া থেল হৈছে। আৰবীয় দেশলৈকো সন্দেহৰ আঙুলি শিলাদিত্যৰ। খীলঞ্জীয়াক বিদিশী সজোৱা এন আৰ চি মুল্যহীন। এন আৰ চিৰ পৰা বাদ পৰা সকলো হিন্দুক নিৰ্ভয় দি গল শিলাদিত্যই।
প্ৰতীক হাজেলা আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সমালোচনা ।Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.