ETV Bharat / state

মৰিগাঁৱত তীব্ৰবেগী বাহনৰ মুখামুখি সংঘৰ্ষত আহত শিশুসহ 9 জন - মৰিগাঁৱত সংঘটিত পথ দুৰ্ঘটনা

মৰিগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী মেজিক-অটোভানৰ মুখামুখি সংঘৰ্ষত শিশু সহ 9 জন আহত । আহত যাত্ৰীসকলক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি ৷

মৰিগাঁৱত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনা
author img

By

Published : Nov 11, 2019, 5:19 PM IST

মৰিগাঁও,11 নৱেম্বৰঃ মৰিগাঁও-জাগীৰোড পথৰ গলচেপাত সোমবাৰে সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত শিশুসহ 9 জনকৈ লোক আহত হয় ৷ ঘটনাৰ বিৱৰণী মতে সোমবাৰে দুপৰীয়া AS 25-DC-9445 মেজিকখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা AS-21C-1048 নম্বৰৰ অটোভানৰ লগত মুখামুখি সংঘৰ্ষ সংঘটিত হয় ৷ জানিব পৰা মতে যাত্ৰীবাহী মেজিকখন জাগীৰোডৰ পৰা মৰিগাঁৱৰ দিশে আৰু অট' খন মৰিগাঁৱৰ পৰা জাগীৰোডৰ দিশে গৈ থকা অৱস্থাত গলচেপাত দুৰ্ঘটনাত পতিত হয় । ঘটনাস্থলীত মৰিগাঁও জিলা যান-বাহন আৰক্ষী উপস্থিত হৈ আহতসকলক জৰুৰীকালীনভাৱে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।

মৰিগাঁৱত তীব্ৰবেগী বাহনৰ মুখামুখি সংঘৰ্ষত শিশুসহ 9 জন আহত

চিকিৎসাধীন সকল হৈছে- গুণেন্দ্ৰ শৰ্মা, ৰূদ্ৰ নাথ, চামচুল নেহা, আনিছ জামাল, চামোলা খাতুন, আবু শ্বৰীদ, ৰীমা শৰ্মা,কাঞ্চন সৰকাৰ আৰু শিশু- প্ৰিয়াংক্ষী বিশ্বাস ৷

আৰু পঢ়ক লখিমপুৰত ভয়াৱহ অগ্নিকাণ্ড

Intro:মৰিগাঁৱত ভয়াবহ পথদূৰ্ঘটনা। তীব্ৰবেগী মেজিক-অটোভানৰ মুখামুখি সংঘৰ্ষ । শিশু সহ নজন আহত। আহতযাত্ৰী সকলক মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।Body:মৰিগাঁও জাগীৰোড পথৰ গলচেপাত ভয়াবহ দূৰ্ঘটনা ।মেজিক আৰু অটৰ মুখামুখি সংঘৰ্ষত শিশু সহ ন জন আহত। ঘটনাৰ বিৱৰণী মতে সোমাবাৰে দুপৰীয়া AS 25-DC- 9445 মেজিক খনৰে AS- 21C- 1048 নম্বৰৰ অটোভান লগত মুখামুখি সংঘৰ্ষত লিপ্ত হয়। জানিব পৰা মতে যাত্ৰীবাহী মেজিক খন জাগীৰোডৰ পৰা যাত্ৰী লৈ মৰিগাঁও দিশে আৰু অট খন মৰিগাঁৱৰ পৰা জাগীৰোডৰ লৈ গৈ থকা অৱস্থাত গলচেপাত দূৰ্ঘটনাত পতিত হয় । ঘটনাস্হলীত মৰিগাঁও যানবাহান আৰক্ষী উপস্থিত হৈ আহতসকল তাৎক্ষনিকভাবে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। চিকিৎসাধীন সকল ক্ৰমে গুনেন্দ্ৰ শৰ্মা, (পাত্ৰবড়ী),ৰুদ্ৰ নাথ (নটুৱাগাঁও) চামচুল নেহা (আশীগড়) ,আনিছ জামাল,(পাকৰি গুৰি), চামোলা খাতুন (খাটবড়ী) আবু শ্বৰীদ (পাকুগুৰি), ৰীণা শৰ্মা (লঠাবড়ী), কাঞ্চন সৰকাৰ আৰু প্ৰিয়াংক্ষী বিশ্বাস (শিশু) ভূৰাগাঁৱকে ধৰি নজন আহত যাত্ৰী চিকিৎসাধীন ।bytes,public ,policeConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.