ETV Bharat / state

পবিতৰাত বনকৰ্মীৰ ৰঙালী বিহু উদযাপন

ৰাইনোমেন জুলিন বৰুৱাই পবিতৰাৰ বনকৰ্মীৰ সৈতে উদযাপন কৰে বিহু। ডিঙিত ফুলাম বিহুৱান লৈ বনকৰ্মীয়ে জুৰিলে বিহুনাম। খাকী পোচাক পৰিধান কৰিয়েই কঁকাল ভাঙি নাচিলে বিহু।

পবিতৰাত বনকৰ্মীৰ ৰঙালী বিহু উদযাপন
author img

By

Published : Apr 15, 2019, 6:02 PM IST

পবিতৰাত কৰ্তব্য ব্যস্ততাৰ মাজতে বনকৰ্মীয়ে উলহ মালহেৰে উদযাপন কৰিলে ৰঙালী বিহু। ৰাইনোমেন জুলিন বৰুৱাই পবিতৰাৰ বনকৰ্মীৰ সৈতে উদযাপন কৰে বিহু। ডিঙিত ফুলাম বিহুৱান লৈ বনকৰ্মীয়ে জুৰিলে বিহুনাম। খাকী পোচাক পৰিধান কৰিয়েই কঁকাল ভাঙি নাচিলে বিহু।

পবিতৰাত বনকৰ্মীৰ ৰঙালী বিহু উদযাপন

হেঁপাহৰ ৰঙালীৰ শুভ ক্ষণত নিজ পৰিয়ালৰ পৰা দূৰত থাকি কৰ্তব্যত নিয়োজিত থকা বনকৰ্মী সকলক প্ৰেৰণা দিয়াৰ বাবে NATURE CARE &TOURISM EDUCATION FOUNDATION ৰ উদ্যোগত জুলিন বৰুৱাই গ্ৰহণ কৰে এই বিশেষ পদক্ষেপ। এই বিশেষ অনুষ্ঠানটোত স্থানীয় এটি বিহু দলেও বিহু নৃত্য পৰিবেশন কৰে।

Intro:Rhinoman at PobitoraBody:পবিতৰাত কৰ্তব্য ব্যস্ততাৰ মাজতে বন কৰ্মীৰ ৰঙালী বিহু উদযাপন। ৰাইনোমেন জুলিন বৰুৱাই পবিতৰাৰ বনকৰ্মীৰ সৈতে উদযাপন কৰিলে বিহু। দিঙিত ফুলাম বিহুৱান লৈ বন কৰ্মীয়ে যুৰিলে বিহুনাম। খাকি পোচাক পৰিধান কৰিয়েই ককাল ভাঙি নাচিলে বিহু। হেপাহৰ ৰঙালীৰ শুভ ক্ষণত নিজ পৰিয়ালৰ পৰা দূৰত থাকি কৰ্তব্যত নিয়োজিত থকা বন কৰ্মী সকলক প্ৰেৰণা দিয়াৰ বাবে NATURE CARE &TOURISM EDUCATION FOUNDATION ৰ উদ্যোগত জুলিন বৰুৱাৰ এই বিশেষ পদক্ষেপ। বিশেষ এই অনুষ্ঠানটোত স্থানীয় এটি বিহু দলেও বিহু নৃত্য পৰিবেশন কৰে।
Byte.জুলিন বৰুৱা
বন কৰ্মীConclusion:Bihu Celebration by Rhinoman with forest gurds.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.