ETV Bharat / state

সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰকল্প পৰিদৰ্শন ৰামেশ্বৰ তেলীৰ - morigaon

অসমত চলি থকা ক্ষুদ্ৰ আৰু বৃহৎ খাদ্য উদ্যোগসমূহ ক'ভিড সৃষ্ট পৰিস্থিতিত বন্ধ নহ’বৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৬০০ কোটি টকা ব্যয়ৰ কৰা দিয়া নিৰ্দেশ দিছে ৷ ইয়াৰ লগতে অসমৰ ৩৩ খন জিলাত খাদ্য প্ৰস্তুতকৰণৰ বাবে সৰু সৰু উদ্যোগ গঢ়ি তোলাৰ উদ্দেশ্যে খাদ্য প্ৰস্তুতকৰণৰ মন্ত্ৰণালয়ে বহুতো আঁচনি গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ।

rameswar teli at morigaon
সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰকল্প পৰিদৰ্শন ৰামেশ্বৰ তেলীৰ
author img

By

Published : May 25, 2021, 7:03 AM IST

Updated : May 25, 2021, 7:15 AM IST

মৰিগাঁও, 25 মে’ : কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সোমবাৰে জাগীৰোডৰ আমলিঘাটৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰকল্পটো পৰিদৰ্শন কৰে । দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰকল্পটো পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকল্পৰ অধ্যক্ষ ৰঞ্জিৱ শৰ্মা আৰু অন্যান্য বিষয়াসকলৰ লগত বৈঠকত মিলিত হয় ৷ বৈঠকত মন্ত্ৰীগৰাকীয়ে ক'ভিড সৃষ্ট পৰিস্থিতিৰ মাজত দুগ্ধ উন্নয়ন প্ৰকল্পটোত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিবলগীয়া আঁচনিসমূহৰ বিষয়ে আলোচনা কৰে ৷

সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰকল্প পৰিদৰ্শন ৰামেশ্বৰ তেলীৰ

কেন্দ্ৰীয় খাদ্য প্ৰস্তুতকৰণৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অসমত চলি থকা ক্ষুদ্ৰ আৰু বৃহৎ খাদ্য উদ্যোগসমূহ ক'ভিড সৃষ্ট পৰিস্থিতিত বন্ধ নহ’বৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৬০০ কোটি টকা ব্যয় কৰা দিয়া নিৰ্দেশনাৰ কথা উল্লেখ কৰে ৷ তেওঁ লগতে মৰিগাঁৱৰ ধৰমতুলটো এটা মিনি ফুড পাৰ্ক মুকলি কৰাৰ কাম সম্পূৰ্ণ হৈছে বুলিও জানিবলৈ দিয়ে । ইয়াৰ উপৰি নলবাৰী জিলাৰ মেগা ফুড পাৰ্ক আদিৰ দৰে অসমৰ ৩৩ খন জিলাত খাদ্য প্ৰস্তুতকৰণৰ বাবে সৰু সৰু উদ্যোগ গঢ়ি তোলাৰ উদ্দেশ্যে খাদ্য প্ৰস্তুতকৰণৰ মন্ত্ৰণালয়ে বহুতো আঁচনি গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে ।

rameswar teli at morigaon
সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰকল্প পৰিদৰ্শন ৰামেশ্বৰ তেলীৰ

লগতে পঢ়ক : অখিল গগৈ মানসিক ৰোগী: কিয় ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

Last Updated : May 25, 2021, 7:15 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.