ETV Bharat / state

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিবাদ সাব্যস্ত

শুকুৰবাৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত গ্ৰহণ কৰা হয় ফ্ৰীডম অৱ প্ৰেছ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সাংবাদিকসকলে সাংবাদিক আৰু সংবাদপত্ৰৰ অধিকাৰ খৰ্ব হোৱাতো কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি সকীয়নি প্ৰদান কৰে ৷

author img

By

Published : Aug 15, 2020, 11:50 AM IST

protest of assam state journalist union morigaon assam etv bharat news
অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰতিবাদ সাব্যস্ত

মৰিগাঁও,15 আগষ্ট: দেশৰ আগশাৰীৰ সাংবাদিক সংগঠন ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ আহ্বানমৰ্মে শুকুৰবাৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত গ্ৰহণ কৰা হয় ফ্ৰীডম অৱ প্ৰেছ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৷ দুঘণ্টীয়া জোৰা উক্ত কাৰ্যসূচীত ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে মৰিগাঁৱত অংশগ্ৰহণ কৰে বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলে ৷ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত পবিতৰা হাট প্ৰেক্ষাগৃহৰ সন্মুখত অনুষ্ঠিত সুৰক্ষাৰ বাবে সত্যাগ্ৰহ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে সংবাদকৰ্মীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবী উত্থাপন কৰা হয় ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সাংবাদিকসকলে সাংবাদিক আৰু সংবাদপত্ৰৰ অধিকাৰ খৰ্ব হোৱাতো কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি সকীয়নি প্ৰদান কৰে ৷

লগতে চাওকঃ ৰঙিয়াত অনুষ্টুপীয়াকৈ পালন 74 সংখ্যক স্বাধীনতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.