ETV Bharat / state

14 ছেপ্তেম্বৰত নিৰ্ণয় হ’ব কাগজ কলৰ কৰ্মচাৰীৰ ভাগ্য - সংবাদমেল

National Company Law Tribunal ৰ শুনানিত নিৰ্ণয় হ’ব ৰাজ্যৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ ভাগ্য । সোমবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰে জাগীৰোড কাগজ কলৰ কৰ্মচাৰীবৰ্গই ৷

Pressmeet of worker nagaon paper mill morigaon assam etv bharat news
জাগীৰোড কাগজ কল
author img

By

Published : Sep 7, 2020, 10:13 PM IST

মৰিগাঁও,7 ছেপ্তেম্বৰ: নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলৰ ভাগ্য নিৰ্ণয় হ’ব 14 ছেপ্তেম্বৰত ৷ National Company Law Tribunal ৰ শুনানিত নিৰ্ণয় হ’ব ৰাজ্যৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ ভাগ্য । সোমবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰে জাগীৰোড কাগজ কলৰ কৰ্মচাৰীবৰ্গই ৷

জাগীৰোড কাগজ কলৰ কৰ্মচাৰীৰ সংবাদমেল

যদিহে পৰৱৰ্তী শুনানিৰ পূৰ্বে চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে ৰাজ্যৰ দুটাকৈ কাগজ কলৰ কফিনত পৰিব পাৰে শেষৰটো গজাল ৷ পৰৱৰ্তী সময়ত National Company Law Tribunal য়ে দেউলীয়া ঘোষণা কৰি কল দুটাৰ সকলো সা-সামগ্ৰী পানীৰ দৰত বিক্ৰী কৰিব পাৰে কোনো বণিয়াক ৷ যাক লৈ বৰ্তমান ক্ষোভিত হৈ পৰিছে নগাঁও কাগজ কলৰ কৰ্মচাৰীসকল ৷ সেয়ে 14 ছেপ্তেম্বৰৰ পূৰ্বে চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰি কৰ্মচাৰীসকলৰ প্ৰতি সহায় আগবঢ়াবলৈ আহ্বান জনাইছে কল দুটাৰ কৰ্মচাৰীসকলে ৷

লগতে চাওকঃ উদ্যোগমন্ত্ৰী মন্তব্যৰ পাছত কি ক‘লে কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.