ETV Bharat / state

দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ হ’ব হিন্দু জাগৰণ মঞ্চ

author img

By

Published : Jun 13, 2019, 8:28 AM IST

সংবাদমেল সম্বোধন কৰি চৰকাৰক কঠোৰ ভাষাৰে সকিয়নী হিন্দু জাগৰণ মঞ্চৰ ৷ ইছলামীয় মৌলবাদী সন্ত্ৰাসবাদ ৰোধ কৰিব নোৱাৰিলে হিন্দু জাগৰণ মঞ্চই ল'ব বিহিত ব্যৱস্থা ৷

মৰিগাঁৱত হিন্দু জাগৰণ মঞ্চৰ সংবাদমেল

মৰিগাঁও , 13 জুন : বুধবাৰে মৰিগাঁৱত হিন্দু জাগৰণ মঞ্চই এখন সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেল খনত মঞ্চৰ বিষয় ববীয়াই ছয়গাঁৱৰ আচলপাৰাৰ কাণ্ডৰ অভিযুক্তক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায় ৷

হিন্দু জাগৰণ মঞ্চই সংবাদমেলখনত চৰকাৰক কয় যে , চৰকাৰ খনে যে হিন্দু ভোটত জয়ী হৈছিল সেই কথা কথা চৰকাৰে পাহৰি গ’লে সংগঠনটোৱে সহ্য নকৰে ৷ ইয়াৰোপৰি সংগঠনটোৱে সৰ্বভাৰতীয় পৰ্যায়ত কিশোৰী যৌন নিৰ্যাতন, ধৰ্ষণ ইত্যাদি প্ৰায়বোৰ অপৰাধত বিশেষ ধৰ্মৰ দুষ্কৃতিকাৰী জড়িত হৈ থকাৰ বিষয়ে দাবী কৰি উক্ত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ আৰু যদি অসম চৰকাৰে সংশ্লিষ্ট দুষ্কৃতিকাৰী বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে হিন্দু জাগৰণ মঞ্চই নিজেই দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব বুলি সকিয়াই দিয়ে মৰিগাঁও জিলা সমিতিৰ এইসকল সদস্যই ৷ ইপিনে একেখন সংবাদমেলতে ধিং সমষ্টিৰ বিধায়কে চচিয়েল মিডিয়াত যি ধৰণৰ মন্তব্য কৰিছিল, সেই বিষয়ে তেওঁলোকে বিধায়ক আমিনুল ইছলামক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ মনকৰিবলগীয়া যে কেবক পূৰ্ণ সমৰ্থন জনোৱা বিষয়ে সংবাদমেলত সদৰী কৰে হিন্দু জাগৰণ মঞ্চই ৷

slug-as-mrg-12thjune-Hindu moncha pressmeet-804-vis-byte-shot-as10005

Anchorintro: মৰিগাঁৱত হিন্দু জাগৰণ  মঞ্চৰ  সংবাদ মেল ৷ সংবাদমেল সম্বোধন কৰি চৰকাৰক কঠোৰভাষাৰে সকিয়নী ।
ইছলামীয় মৌলবাদী সন্ত্ৰাসবাদ ৰোধ কৰিব নোৱাৰিলে হিন্দু জাগৰণ মঞ্চই লব বিহিত ব্যবস্হা ।

VO-1: মৰিগাঁৱত হিন্দু জাগৰণ মঞ্চৰ সংবাদ মেল সম্বোধন । সংবাদ মেলত ছয়গাঁৱৰ আচলপাৰাৰ কাণ্ডৰ  অভিযুক্তক দুষ্টান্ত মুলক শাস্তিৰ দাবী জনাই  মঞ্চৰ বিষয় ববীয়াই।   
উল্লেখযোগ্য যে 
 হিন্দু জাগৰণ মঞ্চই অসম চৰকাৰলৈ প্ৰশ্ন  কৰি কয় যে হিন্দু ভোটত তেওঁলোক জয় হৈছিল সেই কথা কথা চৰকাৰে পাহৰি গলে সংগঠনটোৱে সহ্য নকৰে বুলি নিজৰ স্হিতি স্পষ্ট কৰে।
আনকি সংগঠনটোৱে সৰ্বভাৰতীয় প্ৰৰ্যায়ত কিশোৰী  যৌননিৰ্যাতন, ধৰ্ষণ, হত্যাদি প্ৰায়বোৰ অপৰাধত বিশেষ ধৰ্মৰ দুষ্কৃতিকাৰী জড়িত হৈ থকাৰ বিষয়ে দাবী কৰি উক্ত দুষ্কৃতিকাৰীৰ বিৰুদ্ধে  বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ  চৰকাৰক দাবী ধমীয় সংগঠনটোৰ। মনকৰিবলগীয়া  যে CAB ক পুৰ্ণ  সমৰ্থন জনোৱা বিষয়ে  সংবাদ মেলত সদৰী কৰে        হিন্দু জাগৰণ মঞ্চই ৷
           VO 2:ইফালে একেখন সংবাদ  মেলতে ধিং সমষ্টিৰ বিধায়কে চচিয়েল মিডিয়াত যি ধৰণৰ মন্তব্য কৰিছিল সেই বিষয়ে তেওঁলোকে বিধায়ক আমিনুল ইছলামক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
হিন্দু জাগৰণ মঞ্চই লগতে কয় যে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সংশ্লিষ্ট  দুষ্কৃতিকাৰী বিৰুদ্ধে  হিন্দু জাগৰণ মঞ্চই  নিজেই দৃষ্টান্ত মুলক শাস্তি প্ৰদান কৰিব বুলি সকিয়াই দিয়ে মৰিগাঁও জিলা সমিতিৰ এইসকল সদস্যই । byte/shot.pressmeet

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.