মৰিগাঁও, 20 এপ্ৰিলঃ মায়ঙত উদযাপন 351 সংখ্যাক পঞ্চ গোঁসাই মেলা । মায়ঙৰ ৰজা তাৰণী কান্ত সিংহ আৰু ৰাজ পৰিষদ বৰ্গ সহ দা-ডাঙৰীয়া সকলে অংশ গ্ৰহণ কৰে এই উৎসৱত । যাৰ বাবে সমগ্ৰ মায়ঙতে সৃষ্টি হয় এক উৎসৱ মুখৰ পৰিৱেশ ৷ মেলাৰ লগত সংগতি ৰাখি অঞ্চলটোৰ প্ৰতিঘৰ মানুহৰ পদুলিতে গোঁসাইক আদৰে স্থানীয় ৰাইজে । পৰম্পৰা অনুসৰি পথত গামোছা পাৰি ধূপ-ধূনাৰে সেৱা জনাই তথা আশীৰ্বাদ লয় গোঁসাইৰ পৰা ।
মায়ঙত পঞ্চ গোঁসাই মেলা - assam news
মায়ঙৰ ৰজা তাৰণী কান্ত সিংহ আৰু ৰাজ পৰিষদ বৰ্গ সহ দা-ডাঙৰীয়া সকলে অংশ গ্ৰহণ কৰে এই উৎসৱত । যাৰ বাবে সমগ্ৰ মায়ঙতে সৃষ্টি হয় এক উৎসৱ মুখৰ পৰিৱেশ ৷
মায়ঙত পঞ্চ গোঁসাই মেলা
মৰিগাঁও, 20 এপ্ৰিলঃ মায়ঙত উদযাপন 351 সংখ্যাক পঞ্চ গোঁসাই মেলা । মায়ঙৰ ৰজা তাৰণী কান্ত সিংহ আৰু ৰাজ পৰিষদ বৰ্গ সহ দা-ডাঙৰীয়া সকলে অংশ গ্ৰহণ কৰে এই উৎসৱত । যাৰ বাবে সমগ্ৰ মায়ঙতে সৃষ্টি হয় এক উৎসৱ মুখৰ পৰিৱেশ ৷ মেলাৰ লগত সংগতি ৰাখি অঞ্চলটোৰ প্ৰতিঘৰ মানুহৰ পদুলিতে গোঁসাইক আদৰে স্থানীয় ৰাইজে । পৰম্পৰা অনুসৰি পথত গামোছা পাৰি ধূপ-ধূনাৰে সেৱা জনাই তথা আশীৰ্বাদ লয় গোঁসাইৰ পৰা ।
Intro:Gokhai UliuwaBody:351th Mayong Gokhai Uliuwa Utsav : মায়ঙত উদযাপন 351 সংখ্যা ক ঐতিহাসিক পঞ্চ গোঁসাই উলিওৱা মেলা ।মায়ঙৰ ৰজা তাৰণী কান্ত সিংহ আৰু ৰাজ পৰিষদ বৰ্গ সমন্বিতে দা ডাঙৰীয়া সকলে অংশগ্ৰহণ কৰেএক উৎসৱত । উৎসৱ মুখৰ পৰিবেশ সমগ্ৰ মায়ঙত।অঞ্চলটোৰ প্ৰতিঘৰৰ পদূলিতে গোসাঁইক আদৰিছে ৰাইজে। পথত গামোছা পাৰি ধূপ ধূনাৰে সেৱা জনাই অাশীৰ্বাদ লৈছে গঞাই। গোসাঁই সমন্বিতে ৰজা দা ডাঙৰীয়া সকলক অাদৰনি জনাইছে কাৰ্বি নৃত্য তথা বিভিন্ন জনগোষ্ঠিয় দলে।
ঐতিহাসিক এই উৎসৱ এতিয়া হৈ পৰিছে সমন্বয়ৰ প্ৰতিক।
Reported by Champak Deka JagiroadConclusion:Gokhai Uliuwa Utsav
ঐতিহাসিক এই উৎসৱ এতিয়া হৈ পৰিছে সমন্বয়ৰ প্ৰতিক।
Reported by Champak Deka JagiroadConclusion:Gokhai Uliuwa Utsav