ETV Bharat / state

অনলাইন ৰেষ্টুৰেন্ট এতিয়া মৰিগাঁও চহৰত ! - অনলাইন ৰেষ্টুৰেন্ট

মৰিগাঁওবাসীয়ে এতিয়াৰে পৰা ভিৰ কৰিব নালাগে হোটেল,ৰেষ্টুৰেন্ট কিম্বা ফাষ্টফুডৰ দোকানত । কাৰণ ঘৰতে বহি ৪৫মিনিটৰ ভিতৰত লাভ কৰিব মনপচন্দৰ ৰেচিপি।

অনলাইন ৰেষ্টুৰেন্ট এতিয়া মৰিগাঁও চহৰত !
author img

By

Published : May 11, 2019, 12:06 AM IST

মৰিগাঁও,১০ মে' : মৰিগাঁওবাসীৰ বাবে সুখবৰ । মৰিগাঁৱত আৰম্ভ হৈছে অনলাইন ৰেষ্টুৰেন্টৰ ব্যৱস্থা । শুকুৰবাৰে মুকলি হয় লা-কেফেতেৰীয়া (ফাইন ডাইন,হোমদেলিভাৰী) নামৰ আনলাইন ৰেষ্টুৰেন্ট খন । মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক তথা জিলা সাহিত্য সভা, জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক অজিত শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি হয় ৰেষ্টুৰেন্টখন ।

অনলাইন ৰেষ্টুৰেন্ট এতিয়া মৰিগাঁও চহৰত !

এতিয়াৰে পৰা ঘৰতে বহি ৪৫মিনিটৰ ভিতৰত লাভ কৰিব আপোনাৰ মনপচন্দৰ ৰেচিপি । কেৱল এই খাদ্য সামগ্ৰীয়েই নহয় ৰেষ্টুৰেন্টখনে একে সময়তে যোগান ধৰিব পাকঘৰৰ সুগন্ধি মছলাৰ পৰা বিবিধ শাক-পাছলিলৈ । মৰিগাঁৱৰ কেইজনমান শিক্ষিত উদ্যমী যুৱকৰ দ্বাৰা স্থাপন কৰা লা-কেফেতেৰীয়া নামৰ ৰেষ্টুৰেন্টখনে এতিয়া ৰাইজৰ প্ৰিয় পাত্ৰ হ'ব পাৰিবনে নাই সেই সময়তহে লক্ষণীয় হ'ব ।

Intro:দেশৰ আগশাৰীৰ মহানগৰীৰ লেখীয়া কৈ মৰিগাঁৱৰ চহৰতো সংযোজিত হৈছে অনলাইন ৰেষ্টুৰেন্টৰ ব্যৱস্থা।আজি মুকলি লা-কেফেতেৰীয়া,ফাইন ডাইন,হোমদেলিভাৰী নামৰ আনলাইন ৰেষ্টুৰেন্ট খন।আমাৰ এক প্ৰতি বেদন।

Body:মৰিগাঁও বাসীৰ বাবে সুখবৰ।পুৱা সন্ধ্যা ফাষ্টফুডৰ জুতি লোৱা খাৱৰীয়া সকলে আৰু জিভাৰ জুতি লবলৈ ভিৰ কৰিব নালাগে ফাষ্টফুডৰ দোকানত। আপুনি ঘৰতে বহি ৪৫মিনিটৰ ভিতৰত লাভ কৰিব আপোনাৰ মনপচন্দৰ ৰেচিপি তথি দিচ।কেৱল অডাৰ দিয়ক আৰু ঘৰতে জুতি ল ওক বিধে বিধে পচন্দৰ ৰংচঙীয়া,সুগন্ধি যুক্ত খাদ্য সম্ভাৰৰ।কেৱল যে খাদ্য সম্ভাৰ তেনে নহয়।এওলোকে আপোনাক একে সময়তে যোগান ধৰিব পাকঘৰৰ সুগন্ধি মছলাৰ পৰা বিবিধ শাকপাছলিলৈ । এই আধুনিক ব্যৱস্থা ৰ হাবে ককালত টঙালি বান্ধিছে মৰিগাঁৱৰ কেইজনমান শিক্ষিত উদ্যমী যুৱকৰ দ্বাৰা স্হাপন কৰা লা-কেফেতেৰীয়া,ফাইন ডাইন,হোমদেলিভাৰী নামৰ ৰেষ্টুৰেন্ট খনে।
মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক তথা জিলা সাহিত্য সভা,জিলি সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক অজিত শৰ্মাই।

Conclusion:ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.