মৰিগাঁও,28 জুন: মৰিগাঁৱত সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু মায়ং সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত শুকুৰবাৰে আয়োজন কৰা হয় পোষণ দিৱসৰ ৷ শিশুৰ পৰিপুষ্টি তথা স্বাস্থ্যৱান কৰাৰ উদ্দেশ্য জনগণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা হয় পোষণ দিৱসৰ। অনুষ্ঠানত শিশু আৰু মাতৃসকলৰ স্বাহ্যৰ যতন,পুষ্টিকৰ আহাৰ গ্ৰহণ,তথা ঘৰতে উপলব্ধ সুষম আহাৰৰ বিষয়ে পৰামৰ্শ আগবঢ়াই সমল ব্যক্তিসকলে। আনহাতে পোষণ অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বক্তব্য দিয়ে জিলা সমাজ কল্যাণ বিষয়া দেৱজিত বৰাই।
মৰিগাঁৱত কুমৈত পোষণ অভিযান পালন - Etv Bharat
শিশুৰ পৰিপুষ্টি তথা স্বাস্থ্যৱান কৰাৰ উদ্দেশ্য আয়োজন কৰা হয় পোষণ অভিযানৰ ৷
মৰিগাঁও,28 জুন: মৰিগাঁৱত সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু মায়ং সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত শুকুৰবাৰে আয়োজন কৰা হয় পোষণ দিৱসৰ ৷ শিশুৰ পৰিপুষ্টি তথা স্বাস্থ্যৱান কৰাৰ উদ্দেশ্য জনগণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা হয় পোষণ দিৱসৰ। অনুষ্ঠানত শিশু আৰু মাতৃসকলৰ স্বাহ্যৰ যতন,পুষ্টিকৰ আহাৰ গ্ৰহণ,তথা ঘৰতে উপলব্ধ সুষম আহাৰৰ বিষয়ে পৰামৰ্শ আগবঢ়াই সমল ব্যক্তিসকলে। আনহাতে পোষণ অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বক্তব্য দিয়ে জিলা সমাজ কল্যাণ বিষয়া দেৱজিত বৰাই।
Body:শিশুৰ পৰিপুষ্টি তথা স্বাস্হ্যবান কৰাৰ উদ্দেশ্য মৰিগাঁৱত পোষণ অভিযান উদযাপন।মৰিগাঁও সমাজকল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত শিশু আৰু মাতৃ সকলৰ স্বাহ্যৰ যতন,আহাৰ পাতি খোৱা, তথা ঘৰতে তৈয়াৰ কৰিব পৰা সুষম আহাৰৰ বিষয়ে সমল ব্যক্তি সকলে আগবঢ়াই পৰামৰ্শ। এই পোষণ অভিযানৰ লগত সংগতি ৰাখি শিশুসকলৰ শাৰীৰিক ,মানসিক তথা বৌদ্ধিক বিকাশৰ বাবে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি কাৰ্যসূচী টো আকৰ্ষণীয় কৰি তোলে। মনকৰিবলগীয়া যে দেশৰ লগতে ৰাজ্যত পালন কৰা পোষণ অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা আগবঢ়াই জিলা সমাজ কল্যাণ বিষয়া দেৱজিত বৰাই।byte:social welfare officer.
Conclusion:Ratul deka.etvbharat.morigaon.