ETV Bharat / state

এন আৰ চি জাতিৰ দলিল হ'ব নোৱাৰে : হিমন্ত বিশ্ব শৰ্মা - COMPLETE DRAFT OF NRC

31 আগষ্টত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত খচৰা কোনো টেষ্ট অথবা ফাইনেল নহয়, আনকি কোৱাৰ্টাৰ ফাইনেলো নহয় বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই । এতিয়া সকলোকে শান্তি-শৃংখলাৰ মাজেৰে কালিলৈ দিনটো অতিবাহিত কৰাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ ।

এন আৰ চি জাতিৰ দলিল হ'ব নোৱাৰে
author img

By

Published : Aug 30, 2019, 9:06 PM IST

মৰিগাঁও, 30 আগষ্ট : এন আৰ চিৰ সন্দৰ্ভত পুনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বিস্ফোৰণ ৷ অসমীয়া জাতিৰ দলিল অথবা অসমীয়াৰ ৰক্ষা কবচ হ'ব নোৱাৰে এন আৰ চি । এইখন এন আৰ চিক লৈ সপোন দেখা বাদ দিলোঁ বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ।

এন আৰ চি জাতিৰ দলিল হ'ব নোৱাৰে

শুকুৰবাৰে মৰিগাঁৱৰ এখন বিজেপিৰ সদস্য ভৰ্তি সভাত অংশ লৈ অসমৰ পৰা বিদেশী খেদাৰ বাবে দিল্লী-দিছপুৰত আলোচনা কৰিছো বুলিও কয় নেতাগৰাকীয়ে । 31 আগষ্টত প্ৰকাশ পাব লগীয়া চূড়ান্ত এন আৰ চি কোনো টেষ্ট অথবা ফাইনেল নহয়, আনকি কোৱাৰ্টাৰ ফাইনেলো নহয় বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই । প্ৰকাশ পাব লগীয়া এন আৰ চিৰ খচৰাত নাম থাকক বা নাথাকক কোনো বিদেশী অথবা স্বদেশী হৈ নাযায়, সেইয়া চূড়ান্ত কৰিব বিদেশী ন্যায়াধীকৰণেহে । ইয়াৰ বাবে ৰাজ্যত বিদেশী ন্যাধীকৰণৰ সংখ্যা বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

ইয়াৰ লগতে এতিয়া সকলোকে শান্তি-শৃংখলাৰ মাজেৰে কালিলৈ দিনটো অতিবাহিত কৰাৰ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ । এই সভাতে 31 আগষ্টত প্ৰকাশ পাবলগীয়া এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ৷

Intro:nrc ৰ সন্দৰ্ভত পুনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বিস্ফোৰণ-এইখন অসমীয়া জাতিৰ দলিল হব নোৱাৰে। এইখন অসমীয়াৰ ৰক্ষা কবচ হব নোৱাৰে। আমি এইখন এন আৰ চিক লৈ সপোন দেখা বাদ দিলো। ইমানেই নহয় শুক্ৰবাৰে মৰিগাঁৱৰ এখন বিজেপিৰ যোগদান সভাত অংশ লৈ আৰু কলে অসমৰ পৰা বিদেশী খেদাৰ বাবে আমি দিলী দিছপুৰত আলোচনা কৰিছো। কাইলৈ প্ৰকাশ পাবলগা চূড়ান্ত এন আৰ চি কোনো টেষ্ট অথবা ফাইনেল নহয়। কাইলৈ এন আৰ চিত নাম থাকক বা নাথাকক কোনো বিদেশী অথবা স্বদেশী হৈ নাযায়। বিদেশী ন্যায় ধীকৰণেহে চূড়ান্ত কৰিব। ইয়াৰ বাবে ৰাজ্যত বিদেশী ন্যাধীকৰণৰ সংখ্যা বৃদ্ধি কৰা হৈছে।

শুক্ৰবাৰে মৰিগাঁও স্কুল খেলপথাৰত দলীয় যোগদান সভাত মুখ্য অতিথি ৰূপে অংশলৈ কলে এতিয়া সকলোৱে কাম হৈছে শান্তি শৃংখলাৰ মাজেৰে কাইলৈ দিন দি অতিবাহিত কৰা। কাইলৈ আমি আটাইয়ে প্ৰশাসনক সহযোগিতা আগবঢ়োৱা দৰকাৰ।
মনকৰিবলগীয়া যে ঐই সভাতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কাইলৈ প্ৰকাশ পাবলগীয়া এন আৰ চিক লৈ প্ৰতিক্ৰিয়া শীল মন্তব্য আগবঢ়াই।byte: himanta

Body:মৰিগাঁৱত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বিস্ফোৰক মন্তব্য।কাইলৈ প্ৰকাশ পাবলগীয়া এন আৰ চি কেতিয়াও অসমীয়া জাতিৰ ৰক্ষাকবচ হব নোৱাৰে।

Conclusion:ratul deka.etvbharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.