ETV Bharat / state

ক্ষমতাৰ ৰাজনীতিত অস্থিৰ মৰিগাঁও জিলা পৰিষদ !

author img

By

Published : Jul 3, 2019, 11:09 PM IST

এইবাৰ ক্ষমতাৰ ৰাজনীতিত ভাৰাক্ৰান্ত মৰিগাঁও জিলা পৰিষদ । জিলা পৰিষদৰ সভানেত্ৰী মজবুন নেহাৰ বিৰুদ্ধে দহ সদস্যৰ অনাস্থা ।

মৰিগাঁও জিলা পৰিষদ

মৰিগাঁও,3 জুলাই : ক্ষমতা কেন্দ্ৰীক ৰাজনীতিত ভাৰাক্ৰান্ত মৰিগাঁৱৰ পাঁচ মহীয়া জিলা পৰিষদ । জিলা পৰিষদৰ সভানেত্ৰী মজবুন নেহাৰ বিৰুদ্ধে দহ সদস্যৰ অনাস্থা প্ৰস্তাৱ । নিজ দলৰে সদস্যৰ বিৰোধী স্থিতি । তেৰখন আসন বিশিষ্ট মৰিগাঁও জিলা পৰিষদ আছিল আঠখন আসন দখলেৰে কংগ্ৰেছৰ দখলত । কিন্তু সংখ্যাগৰিষ্ঠতা থকা স্বতেও আজি সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে কংগ্ৰেছ বিজেপিৰ মুঠ দহগৰাকী সদস্যই জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়াৰ ওচৰত দাখিল কৰে অনাস্থা প্ৰস্তাৱ । সদস্য কেইগৰাকীয়ে তেঁওৰ বিৰুদ্ধে স্বেচ্ছাচাৰিতা ,উন্নয়ন বিমুখিতাকে ধৰি তুলি ধৰে মুঠ দহটা অভিযোগ । ইয়াৰ বিপৰীতে জিলাপৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়াজনৰ দ্বাৰা সভা আহবান এসপ্তাহৰ ভিতৰত সভানেত্ৰী গৰাকীয়ে দিব লাগিব সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ ।

Intro:ভগাপতা ৰাজনীতিত ভাৰাক্ৰান্ত হল মৰিগাঁৱৰ পাঁচ মহীয়া জিলা পৰিষদ ।সভানেত্ৰী মজবুন নেহাৰ বিৰুদ্ধে দহ সদস্যৰ অনাস্থা । আঠখন আসন দখলেৰে কংগ্ৰেছৰ দখলত থকা তেৰখন আসন বিশিষ্ট জিলাপৰিষদৰ সভানেত্ৰীৰ বিৰুদ্ধে আজি কংগ্ৰেছ বিজেপিৰ মুঠ দহগৰাকী সদস্যই স্বেচ্ছাচাৰিতাৰ ,উন্নয়ন বিমুখিতাকে ধৰি মুঠ দহটা অভিযোগ তুলি জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়াৰ ওচৰত দাখিল এই অনাস্থা প্ৰস্তাৱ ।ইফালে জিলাপৰিষদৰ মুখ্যমন্ত্ৰী কাৰ্যবাহী বিষয়া গৰাকীয়ে এসপ্তাহৰ ভিতৰত সভানেত্ৰী মজবুন নেহাৰক সংখ্যাগৰিষ্ঠ প্ৰমাণ কৰাৰ বাবে আহবান কৰিব সভা। bytes:zpc members Body:মৰিগাঁও জিলা পৰিষদত আৰম্ভ হল অনাস্থাৰ ৰাজনীতি।Conclusion:Ratul deka Etv,Bharat.morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.