ETV Bharat / state

মৰিগাঁৱত ৭২ সংখ্যক গাঁওৰক্ষীৰ বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন - পৌৰসভা

মৰিগাঁৱত ৭২ সংখ্যক গাঁওৰক্ষীৰ বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আৰক্ষী,গাঁওৰক্ষী আৰু পৌৰসভাৰ উদ্যোগত চাফাই অভিযান ।

মৰিগাঁৱত ৭২ সংখ্যক গাঁওৰক্ষীৰ বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Feb 5, 2021, 12:42 PM IST

মৰিগাঁও,5ফেব্ৰুৱাৰীঃ গাঁওৰক্ষী বাহিনীৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁৱত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে । ইয়াৰ অংশ ৰূপে আজি পুৱা গাঁওৰক্ষী বাহিনী,আৰক্ষী আৰু পৌৰসভাৰ কৰ্মীসকলে হাতত ঝাড়ু লৈ পুৱাই চহৰখনত চাফাই অভিযান চলাই।

মৰিগাঁৱত ৭২ সংখ্যক গাঁওৰক্ষীৰ বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন

বিশেষকৈ মৰিগাঁও আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই হাতত ঝাড়ু লৈ এই অভিযানৰ নেতৃত্ব দি গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ বিষয়ে ব্যাখ্যা ভাষণ প্ৰদান কৰে।

লগতে পঢ়কঃ ৰাজীৱ গান্ধীৰ হত্যাৰ গোচৰৰ দোষীক ক্ষমা প্ৰাৰ্থনাৰ কৰিব তামিলনাডুৰ ৰাজ্যপালে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.