ETV Bharat / state

মৰিগাঁৱত ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ’ল এজনৰ

author img

By

Published : Jan 27, 2020, 7:58 PM IST

Updated : Jan 27, 2020, 10:35 PM IST

মৰিগাঁও নগাঁও জিলাৰ সীমান্তৱৰ্তী মণিপুৰটুপ কুহিমাৰীত টেক্টৰৰ চেপাত এজন লোকৰ মৃত্যু হয় ৷ টেক্ট্ৰৰেৰে মাটি কঢ়িয়াই থকা অৱস্থাত ট্ৰেক্টৰ খন বাগৰি পৰাত, ট্ৰেক্টৰৰ চেপাত থিতাতে নিহত হয় লোকজন ৷

এজন লোকৰ মৃত্যু
এজন লোকৰ মৃত্যু

মৰিগাঁও, 27 জানুৱাৰীঃ মৰিগাঁও নগাঁও জিলাৰ সীমান্তৱৰ্তী মণিপুৰটুপ কুহিমাৰীত অঘটন ৷ টেক্টৰৰ চেপাত মৃত্যু এজন লোকৰ ৷ ৰহা থানাৰ অন্তৰ্গত চতাবৰ বেঙেনাআতি গাঁৱৰ অভিজিৎ দেউৰী (২০) নামৰ যুৱকজনে সোমবাৰে পুৱা টেক্ট্ৰৰেৰে মাটি কঢ়িয়াই থকা অৱস্থাত ট্ৰেক্টৰ খন বাগৰি পৰাত, ট্ৰেক্টৰৰ চেপাত থিতাতে নিহত হয় ৷ পৰবৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

মৰিগাঁৱত টেক্টৰৰ চেপাত এজন লোকৰ মৃত্যু

লগতে পঢ়ক ঃ চতিয়াত পথ দুৰ্ঘটনাত নিহত এজন

Intro:মৰিগাঁৱত টেক্টৰৰ চেপাত এজনৰ মৃত্যু । ৰাতি পুৱা মাটি কঢ়িওৱাৰ সময়তে দূৰ্ঘটনাগ্ৰস্ত হৈ অকাল মৃত্যুক সাবতি ললে অভিজিত দেউৰী নামৰ স্হানীয় বেঙেনাআটি গাঁৱৰ যুৱক তথা চালকজনৰ।Body:
মৰিগাঁও নগাঁও জিলা সীমান্তৱৰ্তী মণিপুৰটুপ কুহিমাৰীত টেক্টৰৰ চেপাত এজনৰ মৃত্যু । ঘটনাৰ বিৱৰণী নগাওঁ জিলা ৰহা আৰক্ষী থানাৰ অন্তৰ্গত চতাবৰ বেঙেনাআতি গাঁৱৰ অভিজিৎ দেউৰী(২০) নামৰ যুৱকজনে সোমাবাৰে পুৱা টেক্ট্ৰৰে মাটি কঢ়িয়াই থাকোতে ট্ৰেক্টৰ খন বাগৰি পৰাত ট্ৰেক্টৰৰ চেপাত ঘটনাস্থলীতে মৃত্যু হয়।পৰবৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰুনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে| যুৱক জনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।Conclusion:Ratuldeka etv Bharat morigaon
Last Updated : Jan 27, 2020, 10:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.