মৰিগাঁও,5 জানুৱাৰীঃ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ তন্ত মন্ত্ৰৰ দেশ মায়ং । ইয়াৰ অন্যতম আকৰ্ষণ হৈছে প্ৰত্নতাত্বিক স্থান কাছশীলা আৰু চনকা পাহাৰৰ সূৰ্যাস্ত পৰ্যটনস্থলী । ইপিনে কাছশীলাক পৰ্যটকৰ আৰ্কষণৰ কেন্দ্ৰবিন্দু কৰিবৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগে ব্ৰহ্মপুত্ৰৰ বলুকাৰ ওপৰত নিৰ্মাণ কৰিছে তাৰকাযুক্ত হোটেল তথা ৰিৰ্জটছ।
মায়ঙৰ কাছশীলাত পৰ্যটকৰ ভিৰ - তন্ত মন্ত্ৰৰ দেশ মায়ং
ৰাজ্যৰ পৰ্যটন উদ্যোগলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ঐতিহাসিক মায়ঙৰ কাছশীলা পৰ্যটন স্থলীয়ে । আনুষ্ঠানিকভাৱে দুৱাৰ মুকলি হোৱাৰ পূৰ্বেই পৰ্যটকে ভিৰ কৰিছে কাছশীলা পৰ্যটনস্থলী ।
![মায়ঙৰ কাছশীলাত পৰ্যটকৰ ভিৰ মায়ঙৰ কাছশীলাত পৰ্যটকৰ ভিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10132113-166-10132113-1609862497826.jpg?imwidth=3840)
মায়ঙৰ কাছশীলাত পৰ্যটকৰ ভিৰ