মৰিগাঁও, 21 ছেপ্টেম্বৰঃ মৰিগাঁৱত অসম বিজ্ঞান সমিতিৰ উদ্যোগত আয়োজন কৰা হয় বিজ্ঞান সমাৰোহ আৰু গ্ৰাম্য মেলা ৷ মৰিগাঁৱৰ মায়ং উচচতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰৰ আয়োজন কৰা হয় এই বিজ্ঞান মেলাখন ৷
মৰিগাঁৱত বিজ্ঞান সমাৰোহ আৰ গ্ৰাম্য বিজ্ঞান মেলা - morigaon science fair
মৰিগাঁৱত অসম বিজ্ঞান সমিতিৰ উদ্যোগত আয়োজন কৰা হয় বিজ্ঞান সমাৰোহ আৰু গ্ৰাম্য মেলা ৷ মৰিগাঁৱৰ মায়ং উচচতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰৰ আয়োজন কৰা হয় এই বিজ্ঞান মেলাৰ ৷
![মৰিগাঁৱত বিজ্ঞান সমাৰোহ আৰ গ্ৰাম্য বিজ্ঞান মেলা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4510481-thumbnail-3x2-m.jpg?imwidth=3840)
মৰিগাঁৱত বিজ্ঞান সমাৰোহ আৰ গ্ৰাম্য বিজ্ঞান মেলা
মৰিগাঁও, 21 ছেপ্টেম্বৰঃ মৰিগাঁৱত অসম বিজ্ঞান সমিতিৰ উদ্যোগত আয়োজন কৰা হয় বিজ্ঞান সমাৰোহ আৰু গ্ৰাম্য মেলা ৷ মৰিগাঁৱৰ মায়ং উচচতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰৰ আয়োজন কৰা হয় এই বিজ্ঞান মেলাখন ৷
মৰিগাঁৱত বিজ্ঞান সমাৰোহ আৰ গ্ৰাম্য বিজ্ঞান মেলা
মৰিগাঁৱত বিজ্ঞান সমাৰোহ আৰ গ্ৰাম্য বিজ্ঞান মেলা
Intro:অসম বিজ্ঞান সমিতি উদ্যোগত মৰিগাঁৱৰ মায়ং উচচতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহ দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বিজ্ঞান সমাৰোহ আৰ গ্ৰাম্য বিজ্ঞান মেলা ।Body:মৰিগাঁৱত অসম বিজ্ঞান সমিতি উদ্যোগত দুদিনীয়াকৈ বিজ্ঞান সমাৰোহ ।মৰিগাঁও মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহ শনিবাৰৰ পৰা দুদিনীয়া অনুষ্ঠিত এই কাৰ্যসূচী অসম বিজ্ঞান সমিতি কেন্দ্ৰীয় বিষয় ববীয়া তথা বহুকেইজন জ্যেষ্ঠ সমাজ বৈজ্ঞানিকে অংশ লৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন বৈজ্ঞানিক আৰ্হি প্ৰদৰ্শনৰ জৰিয়তে ইয়াৰ সামাজিক প্ৰভাৱৰ বিষয়ে বিশ্লেষণ আগবঢ়ায় ।মায়ং আঞ্চলৰ তথা আয়োজক সমিতিৰ উদ্যোগত গ্ৰাম্যাঞ্চলত বৈজ্ঞানিক প্ৰভাৱ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় । বিশেষকৈ সমাজ তথা মানুহৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱৰ বিষয়ে বিশ্লেষণ আগবঢ়ায় জ্যেষ্ঠ বৈজ্ঞানিক ।মনকৰিবলগীয়া যে অসমীয়া চহকী কৃষ্টি-সংস্কৃতিত কেনেকৈ বিজ্ঞান জড়িত সেই বিষয়ে বক্তব্য আগবঢ়াই কয় যে ঘৰৰ কেচুৱাটিক মৰমৰ চুমা দিওঁতে বা অভ্যাগতক কৰমৰ্দন কৰাত বীজানু সংক্ৰমণ হয় সেই বিষয়ে এক কাহিনীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত সাৱলীল ব্যাখ্যা দাঙি ধৰে ।মনকৰিবলগীয়া কথা এয়ে যে পশ্চিমীয়া সংস্কৃতিত কৰমৰ্দন কৰাৰ বিপৰীতে অসমীয়া চহকী কৃষ্টি-সংস্কৃতি হাতযোৰ কৰাৰ আঁৰত বিজ্ঞানমানসিকতা জড়িত হৈ থকাৰ বিষয়ে সুন্দৰভাৱে দাঙি ধৰে।Conclusion:Ratuldeka etv Bharat morigaon
TAGGED:
morigaon science fair