ETV Bharat / state

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা - দুৰ্ঘটনা

মৰিগাঁৱত পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা এল্ট' বাহনৰ৷ আহত দুজন । উন্নত চিকিৎসাৰ বাবে এজনক গুৱাহাটীৰ জিএম চি এইচলৈ প্ৰেৰণ ।

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Aug 1, 2019, 11:36 PM IST

মৰিগাঁও, 1 আগষ্টঃ মৰিগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা । বৃহস্পতিবাৰে বিয়লি এখন এল্ট' বাহন মৰিগাঁৱৰ পৰা জাগীৰোড অভিমুখে গৈ থকাৰ সময়তে গলচেপা আৰু নাঙল কুছিৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ৷ ইয়াৰ ফলত চালক মানব ডেকাৰ লগতে বিষ্ণু পাটৰ নামৰ আন এজন যাত্ৰী গুৰুতৰভাৱে আহত হয় । স্থানীয় ৰাইজৰ সহযোগত দুই গৰাকীকে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ আনহাতে মানব ডেকাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জিএমচিএইচলৈ প্ৰেৰণ ।

Intro:মৰিগাঁৱত পথ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা ।আহত দুই।এজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জিএম চি এইচলৈ প্ৰেৰণ। Body:মৰিগাঁৱত ভয়াবহ পথদূৰ্ঘটনা।আহত দুজন। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই ভয়াবহ দূৰ্ঘটনা।ঘটনাৰ বিৱৰণী মতে বৃহস্পতিবাৰে বিয়লি এখন এল্টো বাহনৰে মৰিগাঁৱৰ পৰা জাগীৰোডৰ অভিমুখে গৈ থকা সময়তে গলচেপা আৰু নাঙল কুছিৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই লুটিবাগৰ মৰাৰ ফলত চালক মানব ডেকাৰ লগতে বিষ্ণু পাটৰ নামৰ আন এজন যাত্ৰী আহত হয় । স্হানীয় ৰাইজৰ সহযোগত দুই গৰাকীকে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে মৰিগাঁও মানব ডেকাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী ৰ জিএমচিএইচলৈ প্ৰেৰণ কৰে। bytes:injured person Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.