ETV Bharat / state

মৰিগাঁৱত খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখা - গুৱাহাটীত খেল’ ইণ্ডিয়া 2020

10 জানুৱাৰীৰ পৰা 13 দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ'ব খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ ৷ যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলিওৱা হৈছে খেল’ ইণ্ডিয়াৰ শিখা ৷ খেল’ ইণ্ডিয়াক নৱপ্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্য মৰিগাঁৱত খেল’ ইণ্ডিয়াৰ শিখা সমদল উলিওৱা হয় ৷

মৰিগাঁৱত খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখা
মৰিগাঁৱত খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখা
author img

By

Published : Jan 5, 2020, 3:11 PM IST

মৰিগাঁও, 5 জানুৱাৰীঃ দেওবাৰে মৰিগাঁৱত উপস্থিত হয় খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখা ৷ সমগ্ৰ ৰাজ্যতে খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখাৰ যোগেদি ৰাজ্যৰ যুৱ প্ৰজন্মক আগ্ৰহী কৰাৰ বাবেই লোৱা হৈছে এই কাৰ্যসূচী । মৰিগাঁও জিলাৰ বিভিন্ন খেলুৱৈ, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী তথা জিলা ক্ৰীড়া সন্থা আৰু জিলা প্ৰশাসনৰ লোকে অংশগ্ৰহণ কৰি এক কিল'মিটাৰ শিখা পদযাত্ৰা সম্পূৰ্ণ কৰে ।

ৰাজ্যৰ যুৱ প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ কৰাৰ লক্ষ্যৰে গুৱাহাটীত অনুষ্ঠিত হ‘বলৈ যোৱা খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ পৰা বহুকেইজন প্ৰতিভাৱান খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ।

মৰিগাঁৱত খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখা

গুৱাহাটীৰ পৰা পুৱা যাত্ৰা আৰম্ভ কৰা এই শিখা অভিযানে মৰিগাঁৱত 9 বজাত উপস্থিত হয় । মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া সন্থাই এনেদৰেই সহযোগিতা আগবঢ়ায় ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আদৰণি জনায় ।

উল্লেখযোগ্য যে, খেল’ ইণ্ডিয়াৰ প্ৰজ্বলিত শিখালৈ ৰাজ্যৰ খেলুৱৈ সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে অহা দলটোত নগাঁও, গোলাঘাট,শিৱসাগৰ, নাজিৰা, তিনিচুকীয়াকে ধৰি উজনি অসমৰ কেইবাখনো জিলাত অহা ৯ জানুৱাৰীলৈ এই অভিযান চলিব ৷ অহা 10 জানুৱাৰীৰ পৰা 13 দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত 20 টাকৈ অধিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব য'ত প্ৰায় 6,500 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷

Intro:মৰিগাঁৱত খেলো ইন্দিৰা শিখা লৈ নৱপ্ৰজন্মৰ মাজত খেলো ইন্দিৰা লক্ষ্য উদ্দেশ্য জনপ্ৰিয় কৰাৰ বাবে অভিযান । মৰিগাঁৱৰ পৰা আৰম্ভ হোৱাৰ এই শিখা যাত্ৰা ৯ জানুৱাৰীত সামৰণি পৰিব। সমগ্ৰ ৰাজ্যতে খেলো ইন্দিৰাৰ প্ৰজ্বলিত শিখাৰ যোগেদি ৰাজ্যৰ যুৱ প্ৰজন্মক আগ্ৰহী কৰাৰ বাবেই এই কাৰ্যসূচী । Body:খেলো ইন্দিৰাৰ ধাৰা অব্যাহত ৰখোৱাৰ চেষ্টাৰে মৰিগাঁৱত খেলো ইন্দিৰাৰ বহ্নিমান শিখা। খেলুৱৈ,ছাত্ৰ ছাত্ৰী,কৰ্মচাৰীৰ তথা জিলা ক্ৰীড়া সন্হাৰ আৰু জিলা প্ৰশাসনৰ অংশগ্ৰহণ কৰি এক কিলোমিটাৰ পথ শিখা পদযাত্ৰা। bytes:1 dc
ৰাজ্যৰ যুৱ প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ কৰাৰ লক্ষ্যৰে গুৱাহাটীত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ পৰা বহুকেইজন প্ৰতিভাৱান খেলুৱৈ অংশগ্ৰহণ । আশাবাদী সভাপতিৰ মন্তব্য ভালফল দেখুৱাবলৈ সক্ষম হব মৰিগাঁও জিলা খেলুৱৈৱে।bytes:2 president zil sport club
দেওবাৰে মৰিগাঁৱত উপস্থিত হয় খেলো ইন্দিৰাৰ প্ৰজ্বলিত শিখা। গুৱাহাটীৰ পৰা পুৱা যাত্ৰা আৰম্ভ কৰা এই শিখা অভিযানে মৰিগাঁৱত ৯ বজাত উপস্থিত হয়। মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া সন্থাই এনেদৰেই সহযোগিতা আগবঢ়ায় ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আদৰণি জনাই । উল্লেখযোগ্য যে খেলো ইন্দিৰাৰ প্ৰজ্বলিত শিখালৈ ৰাজ্যৰ খেলুৱৈ সকলক উৎসাহিত কৰাৰ লক্ষ্যৰে অহা দলটো নগাঁও, গোলাঘাট,শিৱসাগৰা, নাজিৰা, তিনিচুকীয়াকে ধৰি উজনি অসমৰ কেওখন জিলাত অহা ৯ জানুৱাৰীলৈ অভিযান চলাব বুলি মন্তব্য কৰে ।bytes:3Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.