ETV Bharat / state

মৰিগাঁৱত কৃষক মুক্তিৰ অৰ্ধউলংগ প্ৰতিবাদ - মৰিগাঁৱত কৃষক মুক্তিৰ অৰ্ধউলংগ প্ৰতিবাদ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিগাঁও জিলা উদ্যোগত তথা সভাপতি দেবজিত পাটৰৰ নেতৃত্বত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীত হাতে-হাতে অখিল গগৈ ফটো লৈ অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি কৃষক নেতাগৰাকীৰ সমন্বিতে কাৰাবন্দী সকলো নেতা-নেত্ৰীক মুক্তি দিবলৈ দাবী উত্থাপন কৰে ।

মৰিগাঁৱত কৃষক মুক্তিৰ অৰ্ধউলংগ প্ৰতিবাদ
অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ
author img

By

Published : Jul 22, 2020, 1:35 AM IST

মৰিগাঁও, 22 জুলাই : মৰিগাঁৱত কৃষক নেতা অখিল গগৈ আৰু কা বিৰোধী আন্দোলনৰ কাৰাবন্দী নেতাসকলক মুক্তি দিয়াৰ দাবীত অৰ্ধ উলংগ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সহযোগী সংগঠনৰ । চৰকাৰ বিৰোধী প্ৰতিবাদী শ্লোগানত উত্তাল হয় মৰিগাঁৱৰ ৰাজপথ । অৱশেষত প্ৰতিবাদীক আৰক্ষীয়ে পৰিধান কৰালে বস্ত্ৰ ।

অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক,এই জুই জ্বলিছে জ্বলিবই,এই সংগ্ৰাম চলিছে চলিবই,উই ৱান্ট জাষ্টিজ আদি প্ৰতিবাদী শ্লোগানেৰে মুখৰিত হয় মঙলবাৰৰ মৰিগাঁৱৰ আকাশ বতাহ । অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অৰ্ধ নগ্ন প্ৰতিবাদ সাব্যস্ত কৰে মৰিগাঁৱত । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি উপদেষ্টা অখিল গগৈ মুক্তিৰ বিভিন্ন শ্লগান দি পৰিবেশ উত্তাল কৰি উত্তাল কৰিলে মৰিগাঁৱৰ ৰাজপথ ।

অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিগাঁও জিলা উদ্যোগত তথা সভাপতি দেবজিত পাটৰৰ নেতৃত্বত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীত হাতে-হাতে অখিল গগৈ ফটো লৈ অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি কৃষক নেতাগৰাকীৰ সমন্বিতে কাৰাবন্দী সকলো নেতা-নেত্ৰীক মুক্তি দিবলৈ দাবী উত্থাপন কৰে ।

লগতে পঢ়কঃ বিধায়ক শিলাদিত্যক নীতিশিক্ষা ৰাজেন গোহাঁইৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.