ETV Bharat / state

মৰিগাঁৱত গ্ৰেপ্তাৰ অবৈধ বাংলাদেশী নাগৰিক

author img

By

Published : Sep 24, 2019, 4:09 AM IST

Updated : Sep 24, 2019, 9:14 AM IST

2016 চনৰ বিদেশী ন্যায়াধিকৰণত FTC 140/16ত চলিছিল গোচৰ ৷ ঘটনাক লৈ সৃষ্টি  হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

মৰিগাঁৱত গ্ৰেপ্তাৰ অবৈধ বাংলাদেশী নাগৰিক

মৰিগাঁও,24 ছেপ্টেম্বৰ: এন আৰ চিক লৈ ৰাজ্যজুৰি আন্দোলন অব্যাহত থকাৰ সময়তে মৰিগাঁৱত পুনৰ গ্ৰেপ্তাৰ হ'ল অবৈধ বাংলাদেশী নাগৰিক ৷ সোমবাৰে মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত জ্বলাগাঁৱৰ বাসগৃহৰ পৰা মৰিগাঁও সীমান্ত আৰক্ষীয়ে আটক কৰে কামাল হোছেইন নামৰ অবৈধ বাংলাদেশী নাগৰিক জনক ৷ উল্লেখযোগ্য যে মৰিগাঁৱৰ বিদেশী ন্যায়াধীকৰণে ইতিমধ্যে চলিত বৰ্ষৰ জুন মাহতে বিদেশী বুলি ঘোষণা কৰিছিল কামাল হুছেইন নামৰ লোকজনক ৷ বিদেশী কামাল হুছেইনৰ বিৰুদ্ধে 2016 চনৰ বিদেশী ন্যায়াধীকৰণত FTC 140/16 ত চলিছিল গোচৰ ৷

উল্লেখ্য যে ধৃত কামাল হুছেইনৰ পিতৃ ইমৰাণ আলী ওৰফে তেজপুৰীয়া কিছু বছৰৰ পূৰ্বে মৰিগাঁৱৰ জ্বলাগাঁৱলৈ আহিছিল আৰু পূৰ্বৰ চৰকাৰৰ দিনতেই ইন্দিৰা আবাস গৃহকে ধৰি সকলো চৰকাৰী সুবিধা আদায় কৰিছিল ৷ ইয়াৰ পাছতেই মৰিগাঁও সীমান্ত আৰক্ষীয়ে আটক কৰি ইতিমধ্যে তেজপুৰৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছে কামাল হোছেইনক ৷ ৰাজ্যৰ চোদিশে এন আৰ চিক লৈ তীব্ৰ বাদ-বিবাদ চলি থকাৰ সময়তে এনেদৰে বিদেশী নাগৰিক গ্ৰেপ্তাৰ ঘটনাক লৈ মৰিগাঁৱত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

Intro:মৰিগাঁৱত পুনৰ গ্ৰেপ্তাৰ হল অবৈধ বাংলাদেশী নাগৰিক । মৰিগাঁও সদৰথানা অন্তৰ্গত জ্বলাগাঁৱৰ বাসগৃহৰ পৰা মৰিগাঁও সীমান্ত আৰক্ষীয়ে আটক কৰি কামাল হোছেইন প্ৰেৰণ তেজপুৰৰ ডিটেনেচন কেম্পলৈ।Body:এন আৰ চিক লৈ ৰাজ্য জুৰি আন্দোলন অব্যাহত থকাৰ সময়তে মৰিগাঁৱত বিদেশী আটক ৷
মৰিগাঁৱৰ সীমান্তৰ আৰক্ষীয়ে আটক কৰিছে বিদেশী নাগৰিক ৷ ইয়াকে লৈ মৰিগাঁৱত প্ৰতিক্ৰিয়া ।উল্লেখযোগ্য যে মৰিগাঁৱৰ বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা কামাল হুছেইন নামৰ বিদেশী লোকজনক। মৰিগাঁৱৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটি জ্বলাগাঁৱৰ পৰা সীমান্ত আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰে ৷ বিদেশী কামাল হুছেইনৰ বিৰুদ্ধে 2016 চনৰ বিদেশী ন্যায়াধিকৰণত FTC 140/16 ত চলি আছিল গোচৰ ৷ ইফালে চলিত বৰ্ষৰ জুন মাহত লোক জনক বিদেশী বুলি ঘোষণা কৰিছিল ন্যায়ালয়ে। উল্লেখ্য যে ধৃত কামাল হুছেইনৰ পিতৃ ইমৰাণ আলী ওৰফে তেজপুৰীয়া কিছু বছৰৰ পূৰ্বে মৰিগাঁৱৰ জ্বলাগাঁৱলৈ আহিছিল আৰু পূৰ্বৰ চৰকাৰৰ দিনত ইন্দিৰা আবাস গৃহকে ধৰি সকলো চৰকাৰী সুবিধা আদায় কৰিছিল ধৃত কামাল আৰু পিতৃ তেজপুৰীয়াই।Conclusion:Ratuldeka etv Bharat morigaon
Last Updated : Sep 24, 2019, 9:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.