ETV Bharat / state

বছৰত 55 লাখ টকা GST দিয়ে জুবিনে

সোমবাৰে মৰিগাঁৱত মূৰত অসমীয়াৰ স্বাভিমান গামোচা মাৰি দুৰ্দান্ত ফুটবল খেলুৱৈৰ ৰূপত দেখা গ'ল জুবিনক ৷ প্ৰতিযোগিতাত বিজয়ী জুবিন একাদশ ৷ খেলৰ অন্তত বছৰি 55 লাখ টকা GST দিয়ে বুলি মন্তব্য কৰে জুবিন গাৰ্গে ৷

মৰিগাঁও
বছৰত 55 লাখ টকা GST দিয়ে জুবিনে
author img

By

Published : Jan 13, 2020, 8:39 PM IST

মৰিগাঁও, 13 জানুৱাৰীঃ মৰিগাঁৱত জুবিন গাৰ্গ একাদশ বনাম মৰিগঁঞা যুৱ অগ্ৰণী মঞ্চৰ প্ৰীতি ফুটবল প্ৰতিযোগিতা ৷ মূৰত অসমীয়াৰ স্বাভিমান গামোচা মাৰি দুৰ্দান্ত ফুটবল খেলুৱৈৰ ৰূপত দেখা গ'ল জুবিনক ৷ প্ৰতিযোগিতাত বিজয়ী জুবিন একাদশ । আনহাতে, ফুটবলৰ মাধ্যমেৰে মৰিগাঁৱত জুবিনৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যাহত ৰখা বুলি মন্তব্য কৰে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব গৰাকীয়ে ।

বছৰত 55 লাখ টকা GST দিয়ে জুবিনে

মৰিগাঁও খেলপথাৰত আনুষ্ঠানিকতা শেষ কৰি ৰাজ্যৰ তৃতীয় বিকল্পৰ ৰাজনৈতিক দল সন্দৰ্ভত জুবিনে কয়, "মই বিজেপি বেয়া পাওঁ । মই কংগ্ৰেছ বেয়া পাওঁ । মই এজিপিকো বেয়া পাওঁ । বিকল্প দল গঠনৰ সিদ্ধান্ত মই লম, সমুজ্জ্বল দাই ল'ব । ফুটবলৰ মাধ্যমৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা চলি থাকিব বুলিও মন্তব্য জুবিন গাৰ্গৰ ৷ তাৰোপৰি জিএছটিৰ প্ৰসংগত স্বভাৱসুলভ মন্তব্য জুবিনৰ " ফাল্টু জিএছটি মই বছৰত 55 লাখ দিও মোক একো কৰিব নোৱাৰে ।"

উল্লেখ্য যে, গুৱাহাটীত চলি থকা "খেল' ইণ্ডিয়াৰ" থীম ছং সন্দৰ্ভত জুবিনৰ মন্তব্য খেলত সমৰ্থন সদায় থাকিব ৷ ইফালে মৰিগাঁৱত অনুষ্ঠিত হোৱা এই প্ৰীতি ফুটবল প্ৰতিযোগিতাত জুবিন একাদশে ট্ৰাইবেকা পদ্ধতিৰে বিজয়ী হয় ।

আৰু পঢ়কঃ যোৰহাটত থপিয়াই নিলে 4 লাখ, হাইলাকান্দিত ATM কাটি লুটি নিলে 27 লাখ

Intro:ফুটবলৰ মাধ্যমৰে মৰিগাঁৱত জুবিনৰ কা বিৰোধী আন্দোলন অব্যাহত । মৰিগাঁৱৰ স্কুলত খেলপথাৰত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কলে ২২জানুৱাৰী লৈ চাই ললওঁ।তাৰ পাছত সিদ্ধান্ত ।Body:মৰিগাঁৱত প্ৰীতি ফুটবল । জুবিন একাদশ বিজয়ী।

জুবিন গাৰ্গ একাদশ বনাম মৰিগঁঞা যুৱ অগ্ৰণী মঞ্চ মৰিগাঁও স্কুল খেল পথাৰ
ইতিমধ্যে খেল পথাৰত উপস্হিত হৈ জুবিন গাৰ্গ স্বভাৱসুলভ ভাবে চেলফি উঠে।মূৰত অসমীয়াৰ চিনাকী পাগ মাৰি দুদান্ত ফুটবলাৰ ৰুপত মৰিগাঁৱত খেলপথাৰত আনুষ্ঠানিকতা শেষ কৰি ৰাজ্যৰ তৃতীয় বিকল্পৰ ৰাজনৈতিক দল খোলাৰ সন্দৰ্ভত কলে-"মই বিজেপি বেয়া পাওঁ।মই কংগ্ৰেছ বেয়া পাওঁ ।মই এজিপিকো বেয়া পাওঁ। " জিএছটিৰ প্ৰসংগত স্বভাৱসুলভ মন্তব্য-" ফাল্টু জিএছটি মই ইয়াৰলি 55 হাজাৰ দিওঁ মোক একো কৰিব নোৱাৰে ।''
সোমবাৰে মৰিগাঁৱত এই মন্তব্য শিল্পী তথা ফুটবলাৰ ৰূপী জুবিন গাৰ্গৰ।
পুনৰ ক'লে এই বিষয়ে সিদ্ধান্ত মই লম, সমুজ্জ্বল দাই লব। দিন আছে। এতিয়া আচল কথাটো হৈছে কা।
অবশ্যে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হাৰ্টথব জুবিনে কলে ফুটবলৰ মাধ্যমৰে কা বিৰোধিতা চলি থাকিব ।
উল্লেখযোগ্য যে গুৱাহাটীত চলি থকা "খেল' ইন্দিৰা'' থীম ছংটো জুবিনৰ বুলি মন্তব্য কৰি খেলত সমৰ্থন সদায় থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মৰিগাঁৱত।
ইফালে মৰিগাঁৱত অনুষ্ঠিত হোৱা এই প্ৰীতি ফুটবল প্ৰতিযোগিতাত জুবিন একাদশে ট্ৰাইবেকা প্ৰদ্ধতিৰে বিজয়ী হয়।Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.