ETV Bharat / state

মৰিগাঁৱত ফেনীৰ ভয়াৱহ প্ৰভাৱ - ফেনী

ফেনীৰ প্ৰভাৱত মৰিগাঁৱত নেৰানেপেৰা বৰষুণ। খহি পৰিছে ৰাষ্ট্ৰীয় ঘাই পথ ।

মৰিগাঁৱত ফেনীৰ ভয়াৱহ প্ৰভাৱ
author img

By

Published : May 6, 2019, 12:41 PM IST

মৰিগাঁও,৬ মে': মৰিগাঁও জিলাত পৰিছে ভয়াৱহ ফেনীৰ প্ৰভাৱ । ফেনীৰ প্ৰভাৱৰ ফলত নেৰানেপেৰা বৰষুণত খহিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ । বিশেষকৈ যোৱা কেইদিনত হোৱা প্ৰৱল বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথটোৰ মৰিগাঁও ধৰমতুলৰ বাছ আস্থানৰ সমীপত প্ৰায় এশমিটাৰ খহি যায় । অৱশ্যে স্থানীয় ৰাইজে এই দৃশ্য প্ৰত্যক্ষ কৰি এই সন্দৰ্ভত খবৰ দিয়ে জিলা প্ৰশাসনক।

মৰিগাঁৱত ফেনীৰ ভয়াৱহ প্ৰভাৱ

ইফালে প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । স্থানীয় ৰাইজৰ তৎপৰতাত ভয়াৱহ দুৰ্ঘটনাৰ পৰা হাত সাৰিছে বহুজনে ৷

slug-a-mrg-6thmay-37 NH-804-vis-byt-ratul Deka 

Anchorintro :ফণিৰ প্ৰভাৱৰ ফলত নেৰানেপেৰা বৰষুণত খহিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ।বিশেষ কৈ যোৱা কেইদিনত হোৱা প্ৰবল বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথটোৰ মৰিগাঁও ধৰমতুলৰ বাছ আষ্টানৰ সমীপত  প্ৰায় এশমিটাৰ খহি যায় ।অবশ্যে স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰি সাবধানতা অবলম্বন কৰা জিলা প্ৰশাসনক খবৰদিছে।
ইফালে প্ৰশাসনৰ লোক ঘটনাস্হলীত উপস্থিত হৈ যাবতীয় ব্যবস্থাৰ হাতত লৈছে ।bytes:public 1/2

      মুঠতে স্হানীয় ৰাইজৰ তৎপৰতা দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যানবাহান

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.