নগাঁও,20 অক্টোবৰ : মৰিগাঁৱত আৰক্ষীৰ হাতত আটক ড্ৰাগছসহ ছজনকৈ ড্ৰাগছ সৰহবৰাহাকাৰী ৷ ড্ৰাগছে চানি ধৰিছে নগাঁও জিলা আৰু মৰিগাঁও জিলা ৷ দিনক দিনে বৃদ্ধি পাইছে জিলা দুখনত ড্ৰাগচ আসক্তৰ সংখ্যা ৷ নগাঁও জিলাৰ বহু অঞ্চলৰ লগতে মৰিগাঁওৰ বড়িবজাৰ, শিলপুখুৰী, মিকিৰভেটা আদি অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগচ আসক্তৰ লগতে ড্ৰাগচ সৰবৰাহকাৰীৰ সংখ্যা ৷ দেওবাৰে মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীয়ে বড়ি বজাৰ আৰক্ষীৰ সহযোগত ড্ৰাগচৰ ঘাটিত অভিযান চলাই ছটাকৈ কুখ্যাত ড্ৰাগচ সৰবৰাহকাৰীক আটক কৰা লগতে দহগ্ৰাম হেৰ'ইনৰ সহ বিভিন্ন ধৰণৰ সা- সামগ্ৰীৰ লগতে নগদ ধনো উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ আটক কৰা লোককেইজন ক্ৰমে আজগৰ আলি, বাচিৰুদ্দিন, আমিনুল হক , মুকাব্বিৰ আলি, মুজ্জামিল হক আৰু ইনামুল হক বুলি জানিব পৰা গৈছে ৷ আনহাতে আটক কৰা ইনামুল হক হত্যাকাণ্ড লগত জৰিত পলাতক আচামী ৷ বৰ্তমান ছয় ড্ৰাগচ সৰবৰাহকাৰীক মাৰাথান জেৰা অব্যাহত ৰাখিছে মিকিৰভেটা আৰক্ষীয়ে ৷
মৰিগাঁৱত আটক ড্ৰাগছ সহ ছজনকৈ ড্ৰাগছসৰহবৰাহাকাৰী - Guwahati Police seized 216 KG weed
মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীয়ে বড়ি বজাৰ আৰক্ষীৰ সহযোগত ড্ৰাগচৰ ঘাটিত অভিযান চলাই ছটাকৈ কুখ্যাত ড্ৰাগচ সৰবৰাহকাৰীক আটক কৰে ৷ ইপিনে গুৱাহাটী ৰেল আৰক্ষীয়ে নিয়মীয়া তালাচী অভিযানত নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰেল খনৰ A 5 কেচৰ 35 নং চিতৰ তলত পাঁচটা বেগৰ পৰা 216 কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ।

Conclusion: