ETV Bharat / state

ড্ৰেগন ফলৰ বাগিছা পৰিদৰ্শন মৰিগাঁও উপায়ুক্তৰ

author img

By

Published : Nov 12, 2020, 10:34 AM IST

মৰিগাঁৱত জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ অভিজাত ফলৰ বাগান পৰিদৰ্শন কৰিলে জিলা উপায়ুক্তৰ লীনা দাসে।

ড্ৰেগন ফলৰ বাগিছা পৰিদৰ্শন মৰিগাঁও উপায়ুক্তৰ
ড্ৰেগন ফলৰ বাগিছা পৰিদৰ্শন মৰিগাঁও উপায়ুক্তৰড্ৰেগন ফলৰ বাগিছা পৰিদৰ্শন মৰিগাঁও উপায়ুক্তৰ

মৰিগাঁও,12 নৱেম্বৰঃ থাইলেণ্ড বগৰী,আপেল বগৰী,চীদলেছ নেমু বাগানৰ পাছত মৰিগাঁৱত অতি ভিটামিন যুক্ত অভিজাত ফল ড্ৰেগন খেতিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা কৃষক প্ৰভাকৰ পোণা ডেকাৰ বাগিছা পৰিদৰ্শন কৰিলে মৰিগাঁও জিলা উপায়ুক্ত লীনা দাসে । বুধবাৰে মৰিগাঁৱৰ নেলীত নতুন কৈ ৰোপণ কৰা এই বাগিছা খন পৰিদৰ্শন কৰি কয় যে,মৰিগাঁৱত যথেষ্ট সংখ্যক কৃষি উৎপাদন হোৱাৰ সম্ভাৱনা আছে।

মৰিগাঁৱৰ উদীয়মান কৃষক প্ৰভাকৰ পোণাৰ এই বাগিছা পৰিদৰ্শন কৰি কৃষিভিত্তিক উদ্যোগত গঢ়ি তুলিবলৈ আহ্বান জনাই জিলাখনৰ খেতিয়ক সকলক ৷

লগতে চাওকঃ চৰকাৰী পক্ষৰ অৱহেলাত উপেক্ষিত শিলচাং প্ৰত্নতাত্বিক স্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.