ETV Bharat / state

মৰিগাঁৱতো উলহমালহৰে পালন পবিত্ৰ ঈদ-উল ফিতৰ

পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে সকলোৱে পৰিষ্কাৰ সাজ পৰিধানৰে ইজনে সিজনক জনাই ঈদ মোবাৰক । পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ পঢ়ে মৰিগাঁও মৰিমুছলমান গাঁৱৰ বৰমছজিদৰ ইমাম হবিবুব ইলাহী চাহাবে ।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো উলহমালহৰে পবিত্ৰ ঈদ উল ফিতৰ উদযাপন ইছলাম ধৰ্মী লোকৰ
author img

By

Published : Jun 5, 2019, 4:09 PM IST

মৰিগাওঁ, 5 জুন: এমহীয়া উপবাসে থাকি কঠোৰ ব্ৰত পালনৰ মাজেৰে ইছলামীয় ৰীতি নীতি পালনৰ অন্তত আজি ৰমজানৰ পবিত্ৰ ঈদ । পবিত্ৰ ঈদ উল ফিতৰৰ উপলক্ষে সকলোৱে পৰিষ্কাৰ সাজ পৰিধানৰে ইজনে সিজনক জনাই ঈদ মোবাৰক । পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ পঢ়ে মৰিগাঁও মৰিমুছলমান গাঁৱৰ বৰমছজিদৰ ইমাম হবিবূব ইলাহী চাহাবে ।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো উলহমালহৰে পবিত্ৰ ঈদ উল ফিতৰ উদযাপন ইছলাম ধৰ্মী লোকৰ

লগতে পঢ়ক: বিশ্ব পৰিবেশ দিৱসত বৃক্ষ ৰোপণ কাৰ্যসূচী

ঈদ উল ফিতৰৰ উপলক্ষে মৰিগাঁও চহৰৰ ময়দানত পুৱা সমূহীয়াকৈ নামাজ পঢ়ি বিশ্ব সম্প্ৰদায়ৰ মাজত ঐক্য আৰু ভাতৃত্ববোধ গঢ়িতোলাৰ বাবে এই সমূহীয়া নামাজ পঢ়া বুলি মন্তব্য স্থানীয় ৰাইজৰ ।

slug-as-mrg-5jun-Edd Ul Fitor celebrates-808-vis-byte-as10005

Anchorintro:বিশ্বৰ  বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো উলহমালহৰে পবিত্ৰ ঈদ  উল ফিতৰ উদযাপন ইছলাম ধৰ্মী লোকৰ।
VO:এমহীয়া উপবাসে থাকি কঠোৰ ব্ৰত পালনৰ মাজেৰে ইছলামীয় ৰীতি নীতি পালনৰ অন্তত আজি ৰমজানৰ পবিত্ৰ ঈদ।পবিত্ৰ ঈদ উল ফিতৰৰ উপলক্ষে সকলোৱে পৰিষ্কাৰ সাজ পৰিধানৰে ইজনে সিজনক জনাই ঈদমোবাৰক।
পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ পঢ়ে মৰিগাঁও মৰিমুছলমান গাঁৱৰ বৰমছজিদৰ ইমাম হবিবূব ইলাহী চাহাবে। ঈদ উল ফিতৰৰ উপলক্ষে মৰিগাঁও চহৰৰ ময়দানত পুৱা সমূহীয়াকৈ নামাজ পঢ়ি বিশ্ব সম্প্ৰদায়ৰ মাজত ঐক্য আৰু ভাতৃত্ববোধ গঢ়িতোলাৰ বাবে এই সমূহীয়া নামাজ পঢ়া বুলি মন্তব্য স্হানীয় ৰাইজৰ ।bytes :

Ratuldeka etv Bharat morigaon.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.